অনুশীলনী ৯ | Chapter 9 | Class 4 Verbal and Mental Aptitude Sankardev School Question Answer Solution For Assam |

  অনুশীলনী ৯

১) কি সংখ্যাটোক ১২ৰে পূৰণ কৰি পূৰণফলৰ লগত ৪ যোগ দিলে ১০০ হ’ব

উত্তৰঃ………….

২) এনে এটা সংখ্যা যাক ১১ৰে পূৰণ কৰি পূৰণ ফলৰ লগত ২ যোগ দিলে সংখ্যাটো ৯০ হ’ব

উত্তৰঃ………….

৩) দুটা একে সংখ্যাৰ পূৰণফলৰ লগত ১ যোগ দিলে ৫০ হ’ব সংখ্যা দুটা কি কি?

উত্তৰঃ………….

৪) কি সংখ্যটোক ৬ৰে পূৰণ কৰি পূৰণফলৰ লগত ৪ যোগ দিলে ৬০ হ’ব?

উত্তৰঃ………….

৫) এটা যুগ্ম সংখ্যাৰ পৰা ৮ বিয়োগ কৰি ৫ৰে হৰণ কৰিলে ভাগফল ৮ হ’ব। সংখ্যাটো কি?

উত্তৰঃ………….

৬) কি দুটা সম যুগ্ম সংখ্যাক পুৰণ কৰিলে পূৰণপল ১০০ হ’ব?

উত্তৰঃ………….

৭) দুটা সংখ্যাৰ পূৰণফল ১০৮। যদি ইয়াৰে এটা সংখ্যা ৯ হয় তেতিয়া আনটো সংখ্যা কি?

উত্তৰঃ………….

৮) কি যুগ্ম সংখ্যাক ২, ৩ আৰু ৫ ৰে হৰণ কৰিলে ভাগশেষ নাথাকে? 

উত্তৰঃ………….

৯) কি সংখ্যাৰ পৰা ৩ বিয়োগ কৰিলে ১২ ৰে কৰিলে হৰণফল ৬ হ’ব?

উত্তৰঃ………….

১০) কি সংখ্যাক ৪ ৰে পূৰণ কৰি পূৰণপলৰ পৰা ৪ বিয়ো কৰিলে ৮০ হ’ব?

উত্তৰঃ………….

Type: Priyam Jyoti Patar

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top