Might Learn Logo Might Learn

আয়তন আৰু ভৰৰ জোখ | Lesson 11 | Class 5 Maths Solution Assam SCERT | Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Solution Class 5 Maths | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ 11

আয়তন আৰু ভৰৰ জোখ

        👉Book PDF Download

1. তলৰ এককবোৰ পৰিবৰ্তন কৰাঃ

a) 7 লিটাৰক মিলি লিটাৰলৈ

→ 7 x 1000 মিলি লিটাৰ

→ 7000 মিলি লিটাৰ

b) 8 লিটাৰ 250 মিলি লিটাৰক মিলি লিটাৰলৈ

→ 8 x 1000 মিলি লিটাৰ + 250 মিলিলিটাৰ

→ 8000 মিলি লিটাৰ + 250 মিলিমিটাৰ

→ 8250 মিলিলিটাৰ

c) 5.0125 লিটাৰক মিলি লিটাৰলৈ

→ 5 x 1000 মিলি লিটাৰ + 0.0125 x 1000 মিলি লিটাৰ

→5000 মিলি লিটাৰ + 12.5 মিলি লিটাৰ

→5012.5 মিলিলিটাৰ

d) 5620 মিলি লিটাৰক লিটাৰলৈ

→ 5620 ÷ 1000 

→ 5.62 লিটাৰ

e) 55 মিলি লিটাৰক লিটাৰলৈ 

→ 55 ÷ 1000

→ 0.055 লিটাৰ

f) 5 কি গ্ৰা ক গ্ৰামলৈ

→ 5 x 1000 গ্ৰাম

→ 5000 গ্ৰাম

g) 7 কিলোগ্ৰাম 250 ক গ্ৰামলৈ

→ 7 কি গ্ৰা x 1000 + 250 গ্ৰাম

→ 7000 গ্ৰাম + 250 গ্ৰাম

→ 7250 গ্ৰাম

h) 40 গ্ৰাম 30 মিলিগ্ৰামক মিলিগ্ৰাম

→ 40 গ্ৰাম x 1000 + 30 গ্ৰাম

→ 40,000 মিলিগ্ৰাম + 30 মিলিগ্ৰাম

→ 40030 মিলিগ্ৰাম

i) 9899 মিলিগ্ৰামক গ্ৰামলৈ

→ 9899 মিলিগ্ৰাম ÷ 1000

→ 9.899 গ্ৰাম

2. তলৰ সমস্য়াবোৰ সমাধান কৰা।

a) ৰমেনে বজাৰলৈ গৈ 5 কি গ্ৰা চাউল, 2 কি গ্ৰা দাইল আৰু 1 কি গ্ৰা চেনি মোনাখনত ভৰাই আনিলে। তেওঁৰ মোনাখনৰ বস্তুৰ ওজন গ্ৰামত প্ৰকাশ কৰা।

→ 5 কি গ্ৰা + 2 কি গ্ৰা + 1 কি গ্ৰা

→ 8 কি গ্ৰা

b) গধুৰ যান-বাহনৰ ওজন জোখা কেন্দ্ৰ এটাত এখন মিনি ট্ৰাকৰ ওজন 2950 কি গ্ৰা পালে। ট্ৰাকখনৰ ওজন কুইণ্টলত প্ৰকাশ কৰা।

→ 2950 কি গ্ৰা ÷ 100

→ 29.50 কি গ্ৰা

c) ময়ুৰীৰ জ্বৰ হওঁতে ডাক্টৰে আন দৰৱৰ লগতে পেৰাচিটামল 500 মিলি গ্ৰাম টেবলেট দিনে 3 বাৰকৈ খাবলৈ দিলে। যদি ডাক্টৰে 3 দিন খাবলৈ দিয়ে তেনেহ’লে ময়ূৰীয়ে কিমান গ্ৰাম পেৰাচিটামল খালে?

→ এটা পেৰাচিটামল টেবলেট = 500 মিলিগ্ৰাম

→3  টা পেৰাচিটামল টেবলেট = 3 x 500 মিলিগ্ৰাম

                                                 = 1500 মিলিগ্ৰাম

→ 3 দিনত খোৱা টোবলেটৰ পৰিমাণ = 3 x 1500 মিলিগ্ৰাম = 4500 মিলিগ্ৰাম = 4.5 গ্ৰাম

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects