সংখ্য়াৰ ডাঙৰ-সৰু
অধ্যায়- ৪
অনুশীলনী
১। তলৰ সংখ্য়াবোৰ সৰুৰপৰা ডাঙৰলৈ সজাই কাষত লিখাঁ।


২। তলৰ সংখ্য়াবোৰ ডাঙৰৰপৰা সৰুলৈ সজাই কাষত লিখাঁ।

উত্তৰঃ

৪। তলৰ সংখ্য়াবোৰৰ আগৰ সংখ্য়াটো খালী বাকচতোত লিখাঁ।

উত্তৰঃ

৫। তলৰ সংখ্য়াবোৰৰ পিছৰ সংখ্য়াটো খালী বাকচটোত লিখাঁ।

উত্তৰঃ

৬। তলৰ সংখ্য়াবোৰৰ মাজৰ সংখ্য়াটো খালী বাকচত লিখাঁ।

উত্তৰঃ
৭। (ক) তলৰ খালী বাকচবোৰত কি সংখ্য়া বহিব লিখাঁ।যেনে, ৫ তকৈ ১ বেছি = ৬ ; ৭ তকৈ ১ কম = ৬


উত্তৰঃ


৭। (খ)


উত্তৰঃ


৮। তলৰ সংখ্য়াবোৰৰ আটাইতকৈ ডাঙৰ সংখ্য়াটো কাষৰ খালী বাকচত ভৰোৱাঁ।

উত্তৰঃ

৯। তলৰ সংখ্য়াবোৰৰ আটাইতকৈ সৰুটো কাষৰ খালী বাকচত ভৰোৱাঁ।
ক)

উত্তৰঃ

১০। তলৰ সংখ্য়াবোৰৰ আঙুঠিত ভৰোৱা সংখ্য়াটোতকৈ ডাঙৰ সংখ্যাবোৰ সীতাৰ বাকচত আৰু সৰু সংখ্য়াবোৰক গীতাৰ বাকচত ভৰোৱাঁ।

উত্তৰঃ

১১। তলৰ সংখ্য়াৰেখাবোৰত থকা খালী বাকচবোৰত কি সংখ্য়া বহিব লিখাঁ।

উত্তৰঃ

১২। তলৰ সংখ্য়াৰেখাডাল চাই প্ৰশ্নৰ উত্তৰ লিখাঁ।

ক) ৬ ৰ বাওঁফালে থকা দুটা সংখ্য়া লিখা।
উত্তৰঃ ৭ আৰু ৮ ।খ) ৪ ৰ সোঁফালে থকা দুটা সংখ্য়া লিখাঁ।উত্তৰঃ ২ আৰু ৩।গ) ৭ আৰু ৯ ৰ মাজত কি সংখ্য়া বহিব ?উত্তৰঃ ৮ আছে।ঘ) ২ ৰ বাওঁফালৰ থকা এটা সংখ্য়া আৰু সোঁফালে থকা এটা সংখ্য়া লিখাঁ।উত্তৰঃ ২ ৰ বাওফালে থকা এটা সংখ্য়া হ’ল ৩ আৰু ২ ৰ সোঁফালে থকা এটা সংখ্য়া হ’ল ১।
অনুশীলনী
১। তলৰ সংখ্য়াবোৰৰ ক্ৰম চাই উত্তৰ লিখাঁ।
০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯
(বাওঁফালৰ পৰা)

উত্তৰঃ

২। তলত দিয়া আখৰবোৰ চাই খালী বাকচবোৰ পূৰ কৰাঁ।
ক খ গ ঘ ঙ চ ছ জ ঝ ঞ

উত্তৰঃ
৩। তোমালোকে শিকা ‘অ’-ফলাখনৰপৰা তলত দিয়া আখৰবোৰ খালী বাকচবোৰত লিখাঁ।

উত্তৰঃ

৪। ‘অজগৰ’ শব্দটোৰ কোনটো আখৰ কিমান স্থান আছে লিখাঁ।


৫। এখন জিলাৰ নামৰ ২য় আখৰ ‘ম’, ৪ৰ্থ আখৰ ‘প’, ১ম আখৰ ‘কা’, ৩য় আখৰ ‘ৰূ’। জিলাখনৰ নামটো লিখাঁ।
উত্তৰঃ কামৰূপ ।
৬। সপ্তাহটোৰ বাৰবোৰৰ কোনটো বাৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আদি তলৰ তালিকাত কাঁড় চিনেৰে লগ লগোৱাঁ।

উত্তৰঃ

৭। এটা ডাঙৰ সংখ্য়াৰ সোফালৰপৰা ১ম সংখ্য়া ৮, দ্ধিতীয় সংখ্য়া ৫, তৃতীয় সংখ্য়া ১, চতুৰ্থ সংখ্য়া ৭। সংখ্য়াটো লিখাঁ।
উত্তৰঃ ৭১৫১
৮। ‘ভাৰতবৰ্ষ’ নামটোৰ আখৰবোৰৰ স্থানবোৰ তলৰ বাকচত লিখাঁ।

উত্তৰঃ

৯। ‘অসম’ নামটোৰ ২য় আখৰ, ১ম আখৰ আৰু ৩য় আখৰটো লিখাঁ।

উত্তৰঃ

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post