সংখ্য়া আৰু প্ৰক্ৰিয়া | Lesson 1 | Class 5 Maths Solution Assam | Class 5 Mathematics Solution Assamese Medium SCERT | SCERT Maths Solution Class 5 | পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ |

পাঠ ১
সংখ্য়া আৰু প্ৰক্ৰিয়া
        👉Book PDF Download

1. সংক্ষিপ্ত ৰূপত লিখোঁ আহাঃ
(a) 800 + 80 + 9 = 889
(b) 2000 + 200 + 20 + 2 = 2222
(c) 600 + 0 + 30 + 1 = 631
(d) 10000 + 6000 + 500 + 40 + 3 = 16543
(e) 30000 + 0 + 0 + 60 + 7 = 30067


2. সংখ্যাত লিখোঁ আহাঃ
(a) ন হাজাৰ আঠশ পাঁচ = 9805
(b) পোন্ধৰ হাজাৰ সাতশ ন = 15709
(c) পয়ত্ৰিশ হাজাৰ বিৰান্নব্বৈ = 35092
(d) ঊনসত্তৰ হাজাৰ ছয়শ = 69600
(e) দহহাজাৰ দুই = 10002


3. আখৰেৰে লিখাঃ
(a) 15907 = পোন্ধৰ হাজাৰ ন শ সাত
(b) 29008 = ঊনত্ৰিশ হাজাৰ আঠ
(c) 61507 = এষষ্ঠি হাজাৰ পাঁচ শ সাত
(d) 70091 = সত্তৰ হাজাৰ একান্নব্বৈ
(e) 92990 = বিৰান্নব্বৈ হাজাৰ ন শ নব্বৈ


4. সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজোৱাঃ
(a) 723, 732, 690, 960 → 690, 723, 732, 960
(b) 2823, 2832, 3282, 3228 → 2823, 2832, 3228, 3282
(c) 69002, 96200, 96002, 69200 → 69002, 69200, 96002, 96200
(d) 68625, 68256, 68652, 68265 → 68256, 68265, 68625, 68652


5. ডাঙৰ পৰা সৰুলৈ লিখাঃ
(a) 5236, 2365, 6325, 3652 → 6325, 5236, 3652, 2365
(b) 69302, 96302, 69203, 96320 → 96320, 96302, 69302, 69203
(c) 75695, 75596, 69575, 69755 → 75695, 75596, 69755, 69575
(d) 69212, 96221, 69122, 96212 → 96221, 96212, 69212, 69122


6. তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5 অংকবিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখাঃ

অংক

আটাইতকৈ সৰু সংখ্যা

আটাইতকৈ ডাঙৰ সংখ্যা

a)

2,5,7,3,1

12357

75321

b)

6,0,7,2,4

2467

76420

c)

1,6,2,3,4

12346

64321

d)

2,1,8,9,5

12589

98521



7. তলৰ আঁচ দিয়া অংকবোৰৰ স্থানীয় মান লিখো আহাঃ
a) 1 4 6 5 1 = 4000
b) 3 0 7 2 5 = 0
c) 9 2 7 2 5 = 90000
d) 8 2 7 1 1 = 80000
e) 6 1 2 4 1 = 200
f) 8 6 7 0 2 = 2


8. সংখ্যা দুটা তুলনা কৰি খালী স্থানত উপযুক্ত >, < বা = চিন বহুওৱাঃ
a) 38640 < 48694 e) 10243 < 11000
b) 10040 > 10004 f) 44232 > 42432
c) 87878 > 87877 g) 32098 = 32098
d) 60060 < 60600 h) 10010 < 11010


9. চিন্তা কৰি খালী ঠাই পূৰ কৰাঃ
a) 95072ত 9ৰ স্থানীয় মান 90000।
b) চাৰি অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো 9999।
c) চাৰি অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো 999।
d) 4,563 + 0 = 4,563 
e) 10,000 – 1,000 = 9,000 
f) চাৰি অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে 5 অংকবিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যায়।


10. যোগ কৰাঃ
a) 126 + 325 = 451
b) 806 + 98 = 904
c) 1761 + 179 = 1940
d) 2007 + 2376 = 4383
e) 1234 + 891 = 2125
f) 9123 + 482 = 9605
g) 7614 + 325 = 7939
h) 18625 + 7928 = 26553
i) 13782 + 72128 = 85910

11. বিয়োগ কৰাঃ
a) 728 – 389 = 339
b) 4316 – 729 = 3587
c) 6782 – 3567 = 3215
d) 8173 – 2954 = 5219
e) 23921 – 3829 = 20092
f) 26272 – 15729 = 10543


12. চিন্তা কৰা আৰু কি হ’ব লিখাঃ
a) 3217 + 9673 = 12890; 12890 – 9673 = 3217
b) 7612 + 2892 = 1050; 10504 – 7612 = 2892
c) 8292 – 6479 = 1813; 6479 + 1813 = 8292
d) 9678 – 3859 = 5819; 3859 + 5819 = 9678


13. সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰাঃ
a) দুটা সংখ্যাৰ যোগফল 41283, তাৰে এটা 28239 হ’লে আনটো কিমান হ’ব? 
→ 41283 – 28239  13044

b) 67192 আৰু 72841ৰ মাজত পাৰ্থক্য কিমান?
→ 72841 – 67192 = 6649

c) 32721, 40621 আৰু 72901 ৰ যোগফল নিৰ্ণয় কৰা।
→ 32721 + 40621 + 72901 = 146243

d) 28709ৰ লগত কি যোগ কৰিলে যোগফল 78239 হ’ব?
→ 78239 – 28709 = 49530

12. বিয়োগফল চোৱা আৰু চিন্তা কৰি বাকচত সঠিক অংক বহুওৱাঃ

15. পূৰণ কৰাঃ



✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top