Might Learn Logo Might Learn

অনুশীলনী ২ | Chapter 2 | Class 4 Maths Shankardev School Question Answer Solution For Assam |

 অনুশীলনী ২

খালী ঠাই পূৰ কৰা– সংখ্য়া লিখাৰ আগতে বাঢ়ি যোৱাৰ হাৰটো মন কৰিবা)

১। ১২, ১৪, …….., ১৮, …….., …….., ২৪, ২৬, …….., ৩০  

২। ৭০, ৭৫, …….., ৮৫, …….., ৯৫, …….., …….., ১১০

৩। ৭, ১৪, …….., …….., ৩৫, …….., …….., ৫৬, …….., ৭০

৪। …….., ৮৩, …….., ৮৫, …….., ৮৭, …….., ৮৯, ……..

৫। …….., ৯৯৯, ১০০০

৬। ১০,০০০ৰ সংখ্যাটোৰ আগৰ সংখ্যাটো কি? উত্তৰঃ………..

৭। ২০৯৭ত ২ স্থানীয় মান কিমান? উত্তৰঃ………..

৮। ৬+৬=……..-৩ =…….. + ২ =………………

৯। ৩২-৪=…….. +  ৭ =…….. + ১০ =……..

Type: Priyam Jyoti Patar

Post ID : DABP004086

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects