অনুশীলনী ৭
১। দুটা সংখ্যাৰ যোগফল ২৮ আৰু বিয়োগফল ১২ হ’লে সংখ্যা দুটা কি কি?
উত্তৰঃ………………..
২। দুটা সংখ্যাৰ যোগফল ৩৫ আৰু বিয়োগফল ১৫ হ’লে সংখ্যা দুটা কি কি?
উত্তৰঃ………………..৩। দুটা সংখ্যাৰ যোগফল ২৮ আৰু বিয়োগফল ১৬ হ’লে সংখ্যা দুটা কি কি?
উত্তৰঃ………………..৪। দুটা সংখ্যাৰ যোগফল ৩০ আৰু বিয়োগফল ৮ হ’লে সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা দুটা নিৰ্ণয় কৰা।
উত্তৰঃ………………..৫। দুটা সংখ্যাৰ যোগফল ৮৪, সিহঁতৰ বিয়োগফল ৫২ হ’লে সংখ্যা দুটা কি কি?
উত্তৰঃ………………..৬। দুটা সংখ্যাৰ যোগফল ৬৫৪১ আৰু বিয়োগফল ২৬৩৫ হ’লে সংখ্যা দুটা কি কি?
উত্তৰঃ………………..৭। দুটা সংখ্যাৰ যোগফল ২৮ আৰু বিয়োগফল ৮ হ’লে ডাঙৰ সংখ্যাটো কি?
উত্তৰঃ………………..৮। দুটা সংখ্যাৰ যোগফল, ৮৫২০, সিহঁতৰ বিয়োগফল ৩৬০ হ’লে সিহঁতৰ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা।
উত্তৰঃ………………..
৯। দুটা সংখ্যা যোগফল, ৩০ আৰু বিয়োগফল ২০ হ’লে সৰু সংখ্যাটো কি?
উত্তৰঃ………………..
১০। দুটা সংখ্যাৰ বিয়োগফল ৪৯৫, সৰু সংখ্যাটো ১৯৯ হ’লে ডাঙৰ সংখ্যাটো কিমান?
উত্তৰঃ………………..
Type: Priyam Jyoti Patar
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post