সংখ্য়া ঃ ১১ ৰপৰা ২০ লৈ
অধ্য়ায়- ৬
১। তলত দিয়া বস্তুবোৰ গণনা কৰি কাষৰ খালী বাকচত লিখাঁ।‘
উত্তৰঃ
২। তলত দিয়া বস্তুবোৰ ১০ ৰ থূপত ভাগ কৰি গণনা কৰাঁ আৰু কেইটা আছে খালী বাকচত লিখাঁ।
উত্তৰঃ
৩। তলৰ তালিকাখন পূৰ কৰাঁ।
উত্তৰঃ
৪। তলৰ সংখ্য়াবোৰত থকা খালী বাকচত কি সংখ্য়া বহিব লিখাঁ।
উত্তৰঃ
৫। তলৰ সংখ্য়াবোৰৰ আগৰ সংখ্য়াবোৰ লিখাঁ।
উত্তৰঃ
৬। তলৰ সংখ্য়াবোৰৰ পিছৰ সংখ্য়াবোৰ লিখাঁ।
উত্তৰঃ
৭। তলৰ সংখ্য়াবোৰৰ মাজৰ সংখ্য়াবোৰ লিখাঁ।
উত্তৰঃ
৮। তলৰ সংখ্য়াবোৰৰ আগৰ আৰু পিছৰ সংখ্য়াবোৰ লিখাঁ।
উত্তৰঃ
৯। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঁ।(ক) ৮, ৪তকৈ কিমান ডাঙৰ ?উত্তৰঃ ৪ ডাঙৰ।(খ) ১১, ১৫তকৈ কিমান সৰু ?উত্তৰঃ ৪ সৰু।(গ) ১০, ১৪তকৈ কিমান কম ?উত্তৰঃ ৪ কম।(ঘ) ১৭, ১২তকৈ কিমান বেছি ?উত্তৰঃ ৫ বেছি।(ঙ) ২০, ১৩তকৈ কিমান ডাঙৰ ?উত্তৰঃ ৭ ডাঙৰ।
১০। প্ৰতিটোৰ শাৰীৰ শেষত থকা খালী বাকচত কি সংখ্য়া বহিব লিখাঁ।
উত্তৰঃ
অনুশীলনী
১। ১১ ৰপৰা ২০লৈ সংখ্য়াবোৰ সৰুৰপৰা ডাঙৰলৈ সজোৱাঁ।
উত্তৰঃ ১১, ১২, ১৩, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০।
২। ১১ ৰপৰা ২০লৈ সংখ্য়াবোৰ ডাঙৰৰপৰা সৰুলৈ সজোৱাঁ।
উত্তৰঃ ২০, ১৯, ১৮, ১৭, ১৬, ১৫, ১৪, ১৩, ১২, ১১ ।
৩। তলৰ খালী বাকচবোৰ পূৰ কৰাঁ।
উত্তৰঃ
৪। > বা < চিনেৰে খালী ঠাই পূৰ কৰাঁ।
উত্তৰঃ
৫। তলত দেখুওৱা ধৰণে খালী ঠাই পূৰ কৰাঁ।(ক) এক দহ এক = ১১
(খ) এক দহ তিনি = ______
(গ) এক দহ ছয় = _______
(ঘ) এক দহ চাৰি = ______
(ঙ) এক দহ = _______উত্তৰঃ (ক) এক দহ এক = ১১ (খ) এক দহ তিনি = ১৩
(গ) এক দহ ছয় = ১৬
(ঘ) এক দহ চাৰি = ১৪
(ঙ) এক দহ = ১০
৬। তলৰ বাকচবোৰত দিয়া বস্তুবোৰ গণনা কৰি পোৱা সংখ্য়াটো কাষৰ খালী বাকচত লিখাঁ।
উত্তৰঃ
৭। তলৰ সংখ্য়াৰেখাবোৰত থকা খালী বাকচত কি সংখ্য়া বহিব লিখাঁ।
উত্তৰঃ
৮। তলৰ প্ৰতিটো সংখ্য়াৰ আগৰ সংখ্য়াটো লিখাঁ।
উত্তৰঃ ৯। তলৰ প্ৰতিটো সংখ্য়াৰ পিছৰ সংখ্য়াটো লিখাঁ।
উত্তৰঃ
১০। তলৰ সংখ্য়াবোৰৰ মাজৰ সংখ্য়াটো লিখাঁ।
উত্তৰঃ
১১। তলৰ প্ৰতিটো সংখ্য়াৰ আগৰ আৰু পিছৰ সংখ্য়া দুটা লিখাঁ।
উত্তৰঃ
১২। তলৰ চিত্ৰটোত কিমানটা তিনিকোণীয় আছে লিখাঁ।
উত্তৰঃ ওপৰৰ চিত্ৰটোত চাৰি(৪)টা তিনিকোণীয় আছে।১৩। তলৰ চিত্ৰটোত কিমানটা চাৰিকোণীয় আছে লিখাঁ।
উত্তৰঃ ওপৰৰ চিত্ৰটোত ন (৯) টা চাৰিকোণীয় আছে।১৪। সংখ্য়াৰেখাৰ সহায়ত তলৰ উত্তৰবোৰ দিয়াঁ।(ক) ৩ তকৈ ৯ কিমান ডাঙৰ ?উত্তৰঃ ছয় (৬) ডাঙৰ।(খ) ২০ তকৈ ১৬ কিমান সৰু ?উত্তৰঃ চাৰি (৪) সৰু।(গ) ৯ তকৈ ১৪ কিমান বেছি ?উত্তৰঃ পাচঁ (৫) বেছি।(ঘ) ১৭ তকৈ ১০ কিমান কম ?উত্তৰঃ সাত (৭) কম।(ঙ) ৭ তকৈ ১২ কিমান বেছি ?উত্তৰঃ পাচঁ (৫) বেছি।(চ) ১৯ তকৈ ১৭ কিমান কম ?উত্তৰঃ দুই (২) কম।
১৫। (ক) তলৰ বাকচত থকা সংখ্য়াবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্য়াটো আঙুঠিত ভৰোৱাঁ।
উত্তৰঃ
১৬। তলৰ বাকচত থকা সংখ্য়াবোৰৰ ভিতৰত সৰু সংখ্য়াটো আঙুঠিত ভৰোৱাঁ।
উত্তৰঃ
(গ) তলৰ সংখ্য়াবোৰ সৰুৰপৰা ডাঙৰলৈ সজোৱাঁ।(অ) ৮, ১৬, ১২, ১০(আ) ১০, ৯, ১১, ১৫(ই) ১৫, ১৭, ৮, ১০(ঈ) ১০, ১১, ৯, ৬(উ) ১৭, ১১, ৫, ১৪উত্তৰঃ (অ) ৮, ১০, ১২, ১৬ (আ) ৯, ১০, ১১, ১৫ (ই) ৮, ১০, ১৫, ১৭ (ঈ) ৬, ৯, ১০, ১১ (উ) ৫, ১১, ১৪, ১৭
(ঘ) তলৰ সংখ্য়াবোৰ ডাঙৰৰপৰা সৰুলৈ সজোৱাঁ।(অ) ১০, ১৭, ১২, ১৪(আ) ১১, ১৫, ৮, ৯(ই) ৮, ৬, ১০, ১২(ঈ) ১৯, ১৫, ১৭, ১৬(উ) ১৩, ১৪, ১৮, ২০
উত্তৰঃ (অ) ১৭, ১৪, ১২, ১০
(আ) ১৫, ১১, ৯, ৮(ই) ১২, ১০, ৮, ৬
(ঈ) ১৯, ১৭, ১৬, ১৫
(উ) ২০, ১৮, ১৪, ১৩
১৬। তলৰ সংখ্য়াৰ শাৰীবোৰত সংখ্য়াবোৰ সংখ্য়াৰেখাত আগলৈ বা পিছলৈ সমান সমান আঁতৰত জঁপিয়াই পোৱা গৈছে। একেই নিয়মেৰে খালী বাকচবোৰত কি সংখ্য়া হ’ব লিখাঁ।
উত্তৰঃ
১৭। তলৰ চিত্ৰটোত কিমানটা সৰু তিনিকোণীয় আছে গণনা কৰি লিখাঁ।
উত্তৰঃ ওপৰৰ চিত্ৰটোত আঠ (৮) টা তিনিকোণীয় আছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post