সৰ্বভাৰতীয় শ্ৰেষ্ঠ-অভিনেত্ৰীৰ সন্মান পাওঁতা মলয়া গোস্বামী (ফিৰিঙতি), সীমা বিশ্বাস (বেণ্ডিত কুইন) ।
Question and Answer Solution
সৰ্বভাৰতীয় শ্ৰেষ্ঠ-অভিনেত্ৰীৰ সন্মান পাওঁতা মলয়া গোস্বামী (ফিৰিঙতি), সীমা বিশ্বাস (বেণ্ডিত কুইন) ।
‘অদাহ্য’ নামৰ কথাছবিখন মামণি ৰয়চম গোস্বামীৰ “দঁতাল হাটীৰ উয়ে খোৱা হাওদা” গ্ৰন্থৰ আলমত নিৰ্মিত হৈছিল ।
২০০৭ চনৰ সংগীত নাটক অকাডেমী বঁটা লাভ কৰা অসমীয়াজন গুণকান্ত শইকীয়া বৰ বায়ন ।
১৯৯২ চনত দাদা-চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী ড° ভূপেন হাজৰিকা ।