‘অদাহ্য’ নামৰ কথাছবিখন কোন গ্ৰন্থৰ আলমত নিৰ্মিত হৈছিল ?

‘অদাহ্য’ নামৰ কথাছবিখন মামণি ৰয়চম গোস্বামীৰ “দঁতাল হাটীৰ উয়ে খোৱা হাওদা” গ্ৰন্থৰ আলমত নিৰ্মিত হৈছিল ।