ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ তিনিটা । স্থল বাহিনি , নৌ বাহিনী আৰু বিমান বাহিনী ।
Month: February 2021
ভাৰতৱৰ্ষত লোকপিয়লি কেতিয়া কৰা হয় ?
ভাৰতবৰ্ষৰ প্ৰতি দহ বছৰৰ অন্তৰে অন্তৰে লোকপিয়ল কৰা হয় ।
কমপক্ষে কিমান বছৰ বয়স হ’লেহে ভাৰতীয় নাগৰিকে ভোটাধিকাৰ লাভ কৰে ?
কমপক্ষে ১৮ বছৰ বয়স হ’লেহে ভাৰতীয় নাগৰিকে ভোটাধিকাৰ লাভ কৰে ।
ভাৰতৰ কোন কোন ৰাজ্যত কয়লাৰ খনি আছে ?
বিহাৰ মধ্যপ্ৰেদেশ অসম কাশ্মীৰ তামিলনাডু ৰাজস্থান উৰিষ্যা আৰু পশ্চিমবগত কয়লা খনি পোৱা যায় ।