ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছে ?

ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ তিনিটা । স্থল বাহিনি , নৌ বাহিনী আৰু বিমান বাহিনী ।