আমাৰ মৌলিক কৰ্তব্য । অধ্যায় ২৪ । Class 8 Social Science Lesson 24 Question and Answer Assam | Assamese Medium Class 8 S.Science Chapter 24 Solution | SCERT Class 8 Social Science Chapter 24 Answer | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২৪ আমাৰ মৌলিক কৰ্তব্য পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আমাৰ মৌলিক কৰ্তব্য

১। উত্তৰ লিখা-

(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ?

উত্তৰ- 

(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কর্তব্যটো কি ?

উত্তৰ-

(গ) জাতীয় পতাকাক আমি কিয় সম্মান জনাব লাগে ?

উত্তৰ- 

(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কর্তব্য কি?

উত্তৰ-

২। সংবিধানত উল্লিখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে লিখা।

উত্তৰ- 

৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হব পাৰে লিখা ।

উত্তৰ- 

৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?

উত্তৰ- 

৫। খালী ঠাই পূৰ কৰা-

(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে ǀ
(গ) ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ ১১ টা কৰ্তব্যৰ  কথা উল্লেখ আছে।

৬। শুদ্ধটো বাছি উলিওৱা—
(ক) ৰাষ্ট্ৰীয় প্রতীক প্রতি সম্মান জনাব নালাগে/ লাগে ।

উত্তৰ- লাগে ।

(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাবৰ-জোখৰ পেলাব লাগে /নালাগে ।

উত্তৰ- নালাগে ।

(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ।

উত্তৰ-লাগে ।

(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে/নালাগে ।

উত্তৰ- লাগে  ।

(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ǀ

উত্তৰ- লাগে ।

৭) জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ǀ

উত্তৰ-