অনুশীলনী

১) উত্তৰ লিখাঁ-

ক)সামাজিক সমস্যা বুলিলে কি বুজা?

উত্তৰঃ-

খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়।

উত্তৰঃ-

গ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহনা যোগায়?

উত্তৰঃ-

ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহনা যোগায়?

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা-

ক)আমি সকলোৱে ______________পাতি বাস কৰো।

খ) ______________ হল সমাজৰ এক শ্ৰেণী মানুহৰ এক ভূল ধাৰণা।

গ)সম্স্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত ______________ সৃষ্টি হয়।

ঘ)ৰাইজৰ সচেতনতা আৰু ______________ নহলে কোনো সমস্যা সমাধান নহয়।

ঙ)লিখা-পঢ়া নজনা লোককে ______________ লোক বোলে।

৩)ক অংশৰ লগত খ অংশ মিলোৱা-

“ক”“খ”
অন্ধবিশ্বাসত কোনো
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে
অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্ৰমিক আদি
মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰনা
শিশু শ্ৰমিকৰ সৃষ্টি হয়।
ডাইনী বিশ্বাস।
সামাজিক সমস্যা
বৈঞ্জানিক ভিত্তি নাই।

৪) অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা-

ক)গাওঁ পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।

খ)কু-সংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।

গ) লিংগ-বৈষম্য হ’ল সমাজৰ এটা সমস্যা ।

ঘ)নিৰক্ষতাই সমাজৰ পৰা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰি।

ঙ) টকা-পইছাৰ অভাৱ হলে লৰা-ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে ।

৫) চমু টোকা লিখাঁ-

ক)অন্ধবিশ্বাস খ)কু-সংস্কাৰ গ)যৌতুক

৬)সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখাঁ।

Type-Arup Koch

পাঠ-সাত

আহাৰৰ প্ৰয়োজনীয়তা

অনুশীলনী

১) চমুকৈ উত্তৰ লিথাঁ-

ক)আমাক কিয় আহাৰৰ প্ৰয়োজন হয় ?

উত্তৰঃ-

খ) খাদ্যত থকা উপাদানবোৰ কি কি ?

উত্তৰঃ-

গ) শৰ্কৰা,প্ৰটিন আৰু চৰ্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ কৰা ।

উত্তৰঃ-

ঘ) সুষম আাহাৰ বুলিলে কি বুজা ?সুষম আমাক কিয় প্ৰয়োজন ?

উত্তৰঃ-

ঙ) আমি কিয় যথেষ্ট পৰিমানে পানী খাব লাগে ?

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা-

ক) জীয়াই থাকিবৰ বাবে ______________প্ৰয়োজন।

খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ’ল- ____________|

গ) সেউজীয়া শাক-পাছলি আৰু ফল-মূলত ___________আৰু ___________ থাকে।

ঘ)প্ৰয়োজনীয় পৰিমানত সকলোবোৰ উপাদন থকা খাদ্যক ___________ আহাৰ বোলে।

ঙ)ভিটামিন ___________ ৰ অভাৱত চকুৰ দৃষ্টি শক্তি কমে।

৩) ক অংশৰ লগত খ অংশ মিলোৱা-

আমাৰ শৰীৰত শক্তি দিয়া উপাদানবিধ হল
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্ৰব্য বিধ হল
তেজৰ গঠনত সহায় কৰা খনিজ দ্ৰব্য বিধ হল
আয়ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ’ ল
কেলচিয়াম
লো
গৰল
শৰ্কৰা

৪) শুদ্ধ উত্তৰটো বিছাৰি উলিওৱা-

ক) আমাক শৰীৰত বেমাৰৰ পৰা ৰক্ষা কৰা উপাদাবোৰ হ’ল-

গাখীৰ আৰু দৈ /চৰ্বি আৰু প্ৰটিন/ভিটামিন আৰু খনিজ দ্ৰব্য।

খ) দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদনৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়-

বেৰিবেৰি/কুকুৰীকণা/অভাৱজনিত ৰোগ

গ) ভিটামিন C অধিক পৰিমানে থকা খাদ্য হ’ল-

গাখীৰ/আমলখি/ছয়াবিন।

ঘ)আমাৰ শৰীৰৰ পৰা অলাগতিয়ান পৰ্দাথবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল-

গাখীৰ/পানী/শাক-পাচলি।

Type – Arup Koch

পাঠ-৬

বতৰ

অনুশীলনী

১) উত্তৰ লিখাঁ-

ক) বতৰ বুলিলে কি বুজা ?

উত্তৰঃ-

খ) ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ-

গ) বতৰৰ আগজাননী মানে কি ?

উত্তৰঃ-

ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সজুঁলিৰ নাম লিখা।

উত্তৰঃ-

ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে ?

উত্তৰঃ-

২) ক অংশৰ লগত খ অংশ মিলোৱা-

বায়ুৰ উষ্ণতা
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ
বৰষুণৰ পৰিমাণ
বায়ুৰ গতিবেগ
ৰেইনগজ
থাৰ্মমিটাৰ
এনিম’মিটাৰ
হাইগ্ৰ’মিটাৰ

৩) খালী ঠাই পূৰ কৰা

ক) গৰম দিনত পাতল ___________কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক।

খ) বতাহৰ দিশ জুখিবলৈ ___________নামৰ সজুঁলি ব্যৱহাৰ কৰা হয়।

গ) বায়ুমোজা বতাহৰ ______________জানিবলৈ ব্যৱহাৰ কৰা হয়।

ঘ) ধুমুহা আহিলে আকাশত ___________মাৰে আৰু মেঘেও গাজে।

ঙ)ইন্টাৰনেট সংযোগ থকা __________ জড়িয়তে আমি বতৰৰ বিভিন্ন তথ্য পাব পাৰোঁ।

৪) বতৰৰ আগজাননী কি কি মাধ্যমৰ জড়িয়তে দিয়া হয়?

উত্তৰঃ-

৫)চমু টোকা লিখাঁ।

ক) ৰেইনগজ খ) কৃত্ৰিম উপগ্ৰহ গ)বতৰ বিঞ্জান কেন্দ্ৰ

৬) তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে পাছঁশাৰী বাক্য লিখাঁ

৭) বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰনৰ হব লাগে লিথাঁ।

৮) শীতকালত পাত সৰি পৰা তিনিবিধ উদ্ভিদৰ নাম লিখাঁ।

উত্তৰঃ-

৯) কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে ?

উত্তৰঃ-

১০) বতৰৰ উপাদানকেইটাৰ নাম কি কি ?

উত্তৰঃ-

১১) মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুনৰ পৰিমাণ কিয় কমি আহিছে ?

উত্তৰঃ-

Type-Arup Koch

সম্পদৰ সংৰক্ষণ

অনুশীলনী

১) উত্তৰ লিখা-

ক) বন্যপ্ৰাণী আৱাসথলীত কোন তিনিটা উপাদান থকা বিশেষ প্ৰয়োজন ?

উত্তৰঃ-

খ) প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি ?

উত্তৰঃ-

গ) মানুহ আৰু বণ্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ উল্লেখ কৰা ।

উত্তৰ-

ঘ) ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখাঁ।

উত্তৰঃ-

ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম উল্লেখ কৰা।

উত্তৰঃ-

২) ক অংশৰ লগত খ অংশ মিলোৱা-

পাহাৰৰ হাবি-বন কাটি
উদ্ভিদ উদ্যানত
অভয়াৰণ্যত
মৰিছাছ দ্বীপত
বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষনকৰা হয়
জুম খেতি কৰা হয়।
দ’দ চৰাই আছিল
বণ্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰন কৰি পুৰিব পাৰে।

৩) খালী ঠাই পূৰ কৰা-

ক) ২১ মাৰ্চ দিনতো ______________ হিচাপে পালন কৰা হয়।

খ) গুৱাহাটীৰ চিৰিয়াখানাত ______________আছে।

গ) মানুহ আৰু বণ্যপ্ৰাণীৰ সংঘাটৰ বাবে __________প্ৰকৃততে দোষী।

ঘ) ডিব্ৰু-চৈখোৱা এখন _________।

ঙ) সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ____________সংগ্ৰহ কৰে ।

৪) চমু উত্তৰ দিয়া-।

ক) বন্যপ্ৰানী সপ্তাহৰ বছৰৰ কোনটো মাহত পালন কৰা হয়?

উত্তৰঃ-

খ) ৰাষ্টীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে?

উত্তৰ-

গ) জৈৱ-বৈচিত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ-

ঘ) দ’দ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ’ল?

উত্তৰঃ-

৫) চমুটোকা লিখাঁ।

ক) অভয়াৰণ্য খ) সংৰক্ষিত বনাঞ্চল গ) উদ্ভিদ উদ্যান ঘ) ৰাষ্টীয় উদ্যান