পৰিৱেশ প্ৰদূষণ ১। উত্তৰ লিখা- (ক) প্ৰদূষণ কাক বোলে? উত্তৰঃ (খ) দুবিধ জৈৱিক সাৰৰ নাম লিখা। উত্তৰঃ (গ) মাটিৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা। উত্তৰঃ ২। খালী ঠাই পূৰ কৰা- (ক) ৰাসায়নিক সাৰৰ পৰিবৰ্তে __________ ব্যৱহাৰ কৰি মাটিৰ প্ৰদূষণ ৰোধ কৰিব পাৰি। (খ) __________ এবিধ উৎকৃষ্ট জৈৱিক সাৰ। (গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ __________…