পুৰণি কামৰূপৰ বিভিন্ন দেৱ দেৱীক বিভিন্ন ধৰণে অলংকৃত কৰা কাপোৰ দান কৰা বুলি কি পুৰাণে উল্লেখ কৰিছে?

উত্তৰঃ- পুৰণি কামৰূপৰ বিভিন্ন দেৱ দেৱীক বিভিন্ন ধৰণে অলংকৃত কৰা কাপোৰ দান কৰা বুলি কালিকাপুৰাণে উল্লেখ কৰিছে।