স্মৃতি,মনোযোগ আৰু আগ্ৰহ | অধ্যায় ৫ | Class 12 Education Question and Answer Assam | Higher Secondary 2nd Year Education Chapter 5 Solution | HS 2nd Year Education Lesson 5 Notes and Suggestion |

স্মৃতি,মনোযোগ আৰু আগ্ৰহ

(Memory, Attention And Interest)

প্ৰশ্নাৱলী

 প্রশ্নঃ উত্তৰ দিয়াঃ 

১। স্মৃতিৰ সংজ্ঞা দিয়া । 

উত্তৰঃ

২। স্মৃতি কাক বােলে ? স্মৃতি নির্ভৰ কৰা উপাদানবােৰ আলােচনা কৰা । 

উত্তৰঃ

৩। স্মৃতি প্ৰখৰতাৰ বৈশিষ্ট্যবােৰ কি কি ? স্মৃতি শক্তিৰ উন্নতি কেনেকৈ কৰিব পাৰি ব্যাখ্যা কৰা । 

উত্তৰঃ

৪। ভাল বা উত্তম স্মৃতিৰ লক্ষণসমূহ বর্ণনা কৰা । 

উত্তৰঃ

৫। স্মৃতি পৰিসৰ বুলিলে কি বুজা ?

উত্তৰঃ

৬। স্মৃতিৰ বিভিন্ন প্রকাৰৰ বর্ণনা কৰা । 

উত্তৰঃ

৭। বিস্মৃতি কি ? বিস্মৃতিৰ কাৰণসমূহ ব্যাখ্যা কৰা । 

উত্তৰঃ

৮। চমুকৈ লিখা ( Write shortly )ঃ

 ( ক ) পুনঃস্মৰণ ( Retention ) 

উত্তৰঃ

(খ) প্ৰত্যভিজ্ঞা ( Recognition )

উত্তৰঃ

( গ ) প্রতিৰূপ ( Image )

উত্তৰঃ

 ( ঘ ) অবদমন ( Repression )

উত্তৰঃ

 ( ঙ ) পশ্চাদমুখী প্রতিবােধ ( Retro – active Inhibition ) 

উত্তৰঃ

৯। বিস্মৃতিৰ প্ৰভাৱ কিদৰে গুচাব পাৰি ? 

উত্তৰঃ

১০। মনােযােগ বুলিলে কি বুজা ? মনােযােগৰ প্রধান

 বৈশিষ্ট্যসমূহ আলােচনা কৰা ।

উত্তৰঃ

১১। মনােযােগৰ কাৰণবােৰ বৰ্ণনা কৰা । 

উত্তৰঃ

১২। মনােযােগৰ সংজ্ঞা দিয়া । মনোেযােগ প্রধান প্ৰকাৰসমূহ উল্লেখ কৰি ব্যাখ্যা কৰা

উত্তৰঃ

১৩। আগ্রহ কাক বােলে ? ইয়াৰ বিভিন্ন প্ৰকাৰ বৰ্ণনা কৰা । 

উত্তৰঃ

১৪। আগ্রহ আৰু মনােযােগৰ সম্পর্ক ব্যাখ্যা কৰা ।

উত্তৰঃ

 ১৫। “ আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা’– উক্তিটো ব্যাখ্যা কৰা । 

উত্তৰঃ

১৬। পার্থক্য নির্ণয় কৰাঃ

 ( ক ) ঐচ্ছিক আৰু অনৈচ্ছিক মনােযােগ

উত্তৰঃ

( খ ) সুপ্ত আৰু আর্জিত আগ্রহ তিনি । 

উত্তৰঃ

১৭। চমুটোকা লিখা ( Write short note )

( ক ) মনােযােগৰ বাহ্যিক কাৰণ 

উত্তৰঃ

( খ ) সংবেদনাত্মক মনােযােগ 

উত্তৰঃ

( গ ) ঐচ্ছিক মনােযােগ

উত্তৰঃ

 ( ঘ ) অনৈচ্ছিক মনােযােগ 

উত্তৰঃ

( ঙ ) অর্জিত আগ্রহ । 

উত্তৰঃ

( চ ) মনােযােগৰ পৰিসৰ 

উত্তৰঃ

 প্রশ্নঃ চমু প্রশ্ন ( Short Questions )  ঃ

 ( a ) স্মৃতিৰ প্রথম চর্ত কি ?

উত্তৰঃ

 ( b ) প্রত্যভিজ্ঞা কি ?

উত্তৰঃ

 ( c ) উত্তম স্মৃতিৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ

( d ) “ বিস্মৃতি সচেতন মনৰ এক প্ৰতিৰক্ষা প্রক্রিয়া কোনে কৈছিল । 

উত্তৰঃ

( e ) মনােযােগৰ চৰ্ত দুটা কি কি ? 

উত্তৰঃ

( f ) ঐচ্ছিক মনোেযােগৰ প্ৰকাৰ দুটা কি কি ? 

উত্তৰঃ

( g ) আগ্রহ শব্দটো মূলতে কি ভাষাৰ পৰা অনা হৈছে ? 

উত্তৰঃ

( h ) সুপ্ত আগ্রহ আৰু আর্জিত আগ্রহৰ পার্থক্য লিখা ।

উত্তৰঃ

 ( i ) আগ্রহৰ তিনিটা উপাদান লিখা ।

উত্তৰঃ

( j ) শ্ৰেণীকোঠাত আগ্রহ সৃষ্টিৰ দুটা উপায় লিখা ।

উত্তৰঃ