মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান | অধ্যায় ৬ | Class 12 Education Lesson 6 Question and Answer Assam | Higher Secondary 2nd Year Education Lesson 6 Solution | HS 2nd Year Education Chapter 6 Notes and Suggestion |

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান

(Mental Health and Mental Hygiene)

প্ৰশ্নাৱলী

উত্তৰ দিয়াঃ 

১। মানসিক স্বাস্থ্য কি ?

উত্তৰঃ

২। মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া ।

উত্তৰঃ

৩। মানসিক স্বাস্থ্যবিজ্ঞান কি ? 

উত্তৰঃ

৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা এটা লিখা ।

উত্তৰঃ

৫। ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল ।

উত্তৰঃ

৬। প্ৰথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল ?

উত্তৰঃ

৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য লিখ ।

উত্তৰঃ

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে লিখা ।

উত্তৰঃ

৯। মানসিকভাবে সুস্থ ব্যক্তিৰ চাৰিটা গুণ উল্লেখ কৰা । 

উত্তৰঃ

১০। খালী ঠাই পুৰ কৰা

( ক ) মানসিক স্বাস্থ্য হৈছে সম্পূর্ণ আৰু পৰিপূর্ণ  বিকাশৰ কাৰ্য্য ।

( খ ) সুস্থ সমাযােজনে সুস্থ  আৰু স্বাস্থ্য বজাই ৰাখে । 

( গ ) আত্মজীৱনী A mind that found itself ‘ নামৰ কিতাপখন ।

(ঘ ) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হল  সংৰক্ষণ আৰু নিৰাময় ।

(ঙ)  চুইটজাৰ আছিল প্ৰথমগৰাকী ব্যক্তি যিয়ে স্পষ্টকৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল । 

( চ) মানসিক স্বাস্থ্যবিজ্ঞানৰ ৰাষ্ট্ৰীয় কমিটিখন গঠন কৰা হৈছিল  চনত ।

 ১১। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ লিখা ।

উত্তৰঃ

 ১২। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বর্ণনা কৰা ।

উত্তৰঃ

১৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা । 

উত্তৰঃ

১৪। মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

 ১৫। মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা উল্লেখ কৰা । 

উত্তৰঃ

১৬। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ

১৭। মানসিক স্বাস্থ্যৰক্ষাত পিতৃ – মাতৃৰ ভূমিকা সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ

১৮। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে সেই সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ

১৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ

২০। চমুটোক্য লিখাঃ 

ক। মানসিক স্বাস্থ্যৰ ধাৰণা । 

উত্তৰঃ

খ। মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ।

উত্তৰঃ

গ। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ । 

উত্তৰঃ

ঘ। মানসিক স্বাস্থ্যবান লােকৰ বৈশিষ্ট্য ।

উত্তৰঃ