ভূ-আকৃতিৰ প্ৰক্ৰম | অধ্যায় ৬ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 6 Shorts Question and Answer Solution Assamese Medium | HS 1st Year Geography Chapter 5 Notes and Suggestion Assamese Medium |

ভূ-আকৃতিৰ প্ৰক্ৰম

-অনুশীলনী –

 1. বহু বিকল্পিক প্ৰশ্ন –

(i) তলত দিয়াবোৰৰ কোনবিধ অনুক্ৰমিক প্ৰক্ৰিয়া ? 

(ক) অৱক্ষেপণ   (খ) জ্বালামুখী 

(গ) বোকা  (ঘ) খনন

উত্তৰঃ 

(ii) নিম্ন উল্লেখিত কোনবিধ পদাৰ্থ জল যোজনা প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়?
(ক) গ্ৰেনাইট    (খ) কোৱাৰ্জ
(গ) বোকা         (ঘ) লৱণ
উত্তৰঃ

(iii) গেদ সম্প্ৰপাত কোন শ্ৰেণীভূক্ত ? 

(ক) ভূ-স্খলন  (খ) ধীৰ গতিৰ বৃহৎ সংচলন 

(গ) ক্ষিপ্ৰ গতিৰ বৃহৎ সংচলন  (ঘ) অধোগমন 

উত্তৰঃ 

২. তলত দিয়া প্ৰশ্নবোৰৰ 30 টা শব্দৰ উত্তৰ লিখা 

(i) বিচূৰ্ণীভৱন পৃথিৱীৰ জৈৱ বৈচিত্ৰ বাবে জগৰীয়া । কেনেকৈ ?

উত্তৰঃ 

(ii) বৃহৎ সংচলনৰ প্ৰকৃততে কোনবোৰ ক্ষিপ্ৰগতিৰ আৰু অৱগম্য (perceptible) ? তালিকা প্ৰস্তুত কৰা – 

উত্তৰঃ

(iii) গতিশীল আৰু বাহ্যিক ভূ-আকৃতিক কাৰক কোনবোৰ ? কাৰকবোৰে সম্পাদন কৰা কাৰ্য কোনবোৰ ? 

উত্তৰঃ

(iv) মৃত্তিকা গঠনৰ বাবে বিচুৰ্ণীভৱন আৱশ্যকীয় প্ৰথমিক চৰ্ত নেকি? কিয় ? 

উত্তৰঃ

3. 150 টা শব্দৰ ভিতৰত উত্তৰ লিখা –

 (i)  আমাৰ পৃথিৱীখন দুই প্ৰকাৰৰ পৰম্পৰ বিৰোধী ভূ- আকৃতিক প্ৰক্ৰিয়াৰ খেল-পথাৰ’ আলোচনা কৰা ।

উত্তৰঃ

(ii) ‘বাহ্যিক ভূ-আকৃতিক প্ৰক্ৰমবোৰে সূৰ্যৰ উত্তাপৰ পৰা শক্তি আহৰণ কৰে’ । ব্যাখ্যা কৰা ।

উত্তৰঃ

(iii) ভৌতিক আৰু ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াবোৰৰ এটাৰ পৰা আনটো স্বতন্ত্ৰ নে ? যদি নহয় কিয় ? উদাহৰণসহ ব্যাখ্যা কৰা ।  

উত্তৰঃ

(iv) মৃত্তিকা গঠনৰ প্ৰক্ৰিয়া আৰু কাৰকৰ মাজত থকা পাৰ্থক্য লিখা । মৃত্তিকা গঠন ক্ষেত্ৰত  জলবায়ু আৰু জৈৱিক  কাৰ্য্যৰ ভূমিকা কি ? 

উত্তৰঃ