মণিক আৰু শিলা | অধ্যায় ৫ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 5 Important Question and Answer Solution Assamese Medium | HS 1st Year Geography Chapter 5 Notes and Suggestion Assamese Medium |

মনিক আৰু শিলা

-প্ৰশ্নাৱলী-

১। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(i) গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ? 

(ক) লৌহ আৰু নিকেল  (খ) চিলিকা আৰু এলুমিনিয়াম 

(গ) লৌহ আৰু ৰূপ  (ঘ) লৌহ আৰু অয়স্ক আৰু প’টাছিয়াম 

উত্তৰঃ 

(ii) তলত উল্লেখ কৰা – কোনটো ৰূপান্তৰিত শিলাৰ স্পষ্ট বৈশিষ্ট্য ?

(ক) পৰিৱৰ্তনশীল  (খ) স্ফটিকযুক্ত 

(গ) ফ’লিয়েচন  (ঘ) স্থিৰতা 

উত্তৰঃ 

(iii) কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ? 

(ক) সোণ,  (খ) অভ্ৰ

(গ) ৰূপ  (ঘ) গ্ৰাফাইট/খনিজ ক’লা মাটি ।

উত্তৰঃ 

(iv) আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ? 

(ক) ট’পাজ  (খ) কোৱাৰ্জ 

(গ) হীৰা  (ঘ) ফেলছপাৰ 

উত্তৰঃ 

(v) তলত উল্লেখ  কৰা কোনবিধ গেদীয় শিলা নহয় ? 

(ক) টিলাইট  (খ) ব্ৰেচিয়া 

(গ) বোৰাক্স  (ঘ) মাৰ্বল 

উত্তৰঃ 

২) উত্তৰ লিখা (৩০ টা শব্দৰ ভিতৰত) 

(i) শিলা বুলিলে কি বুজা ? তিনিপ্ৰকাৰৰ শিলা কি কি ?

উত্তৰঃ

(ii) আগ্নেয় শিলা কি? ই কেনেকৈ গঠন হয় ? আগ্নেয়শিলাৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ 

(iii) গেদীয় শিলা কি ? গেদীয় শিলা কেনেকৈ গঠন হয় ? 

উত্তৰঃ

(iv) শৈল চক্ৰ কি ? চিত্ৰসহ বুজাই লিখা ।

উত্তৰঃ 

৩) উত্তৰ লিখা (১৫০ টা শব্দৰ ভিতৰত) 

(i) খনিজ দ্ৰব্য বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ খনিজ দ্ৰব্যৰ নাম উল্লেখ কৰি সেইবোৰৰ বৈশিষ্ট্য লিখা ।

উত্তৰঃ 

(ii) ভূ-পৃষ্ঠত বিভিন্ন প্ৰকাৰৰ শিলাৰ উৎপত্তি সম্বন্ধে লিখা । সেইবোৰৰ পাৰ্থক্য কেনেদৰে কৰিবা বুজাই লিখা ।

উত্তৰঃ

(iii) ৰূপান্তৰিত শিলা কি ? বিভিন্ন প্ৰকাৰৰ ৰূপান্তৰিত শিলাৰ বৰ্ণনা দিয়া । সেইবোৰৰ সম্বন্ধে লিখা ।

উত্তৰঃ