Which part of the constitution deals with the fundamental rights?(সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে?)

উত্তৰ – সংবিধানৰ তৃতীয় খণ্ডত সন্নিবিষ্ট অনুচ্ছেদ ১২ ৰ পৰা ৩৫ মৌলিক অধিকাৰৰ সৈতে সম্পৰ্কিত।