১। ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে ?

উত্তৰঃ ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে পঁচিশ বছৰ পাছত মানুহজনক লগ পাইছিল।