বাঞ্ছাও পূর্ণ হ’ল।
‘উত্তৰঃ
জানো আহা-‘পেটত গাঁথি, টেকেলিও কাতি ‘
তলৰ প্ৰবচনফাকিৰ ভাব বহলাই লিখা।
‘ ৰাইজে নখ জোকাৰিলে লৈ বয়।’
উত্তৰঃ
বাক্য ৰচনা কৰা
ঘাট- মাউৰা –
চুকে -কোণে –
লুকা- ভাকু –
প্ৰশ্নঃ পাঠটোত যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ
বাক্য়কেইটা প্ৰশ্নবোধক বাক্য়লৈ নিয়া।
মই হামব্রু ফৈদৰ জীয়াৰী –
মােৰ ঘৰ কামলাঙত –
মই বজাৰৰ পৰা আহিছো –
মই সাধু শুনি ভাল পাওঁ –
কোৱান্ছাই মাছ মাৰি ভাল পায় –
প্ৰশ্নঃ- যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহাঃ
প্ৰশ্নঃ যুক্তাক্ষৰ গঠন কৰোঁ আহা
পঢ়ো আহা
যুগ্ম অযুগ্ম যুগ্মৰাশি
হামব্ৰু ডিব্ৰুগড় বাঞ্ছা
যুগ্ম মানে যোৰ।
গণিতত যুগ্ম আৰু অযুগ্ম সংখ্যা আছে।
যুগ্মৰাশিক সমানে দুভাগ কৰিব পাৰি, কিন্তু অযুগ্মক নোৱাৰি।
জানো আহা-
বিপৰীত শব্দ লিখা
পাতে, মাৰে, বায় আদি শব্দ বোৰ আমি মাছধৰা সজুঁলিৰ লগত ব্য়ৱহাৰ কৰোঁ ।এই শব্দবোৰ অন্য় শব্দৰ লগত ব্য়বহাৰ কৰিও বাক্য় গঠন কৰা হয় । তেনেধৰনৰ বাক্য় লিখোঁ আহা ।
(ক)
(খ)
(গ)
নাওঁ বায়।প্ৰশ্নঃ- অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকৰ নাম সংগ্ৰহ লিখা।
জনগোষ্ঠী | পুৰুষ | মহিলা |
প্ৰশ্নঃ- বিভিন্ন পৰিস্থিতি অনুসৰি কোনে কি পোছাক পৰিধান কৰিছে ছবি চাই কোৱা আৰু লিখা।
![](https://1.bp.blogspot.com/-dDeKKb8b0s4/X9hWsY2EZoI/AAAAAAAAA1A/pg5XTIjaA8c0__cmW_2zt9iTNs1RV-uqgCLcBGAsYHQ/s320/WhatsApp%2BImage%2B2020-12-15%2Bat%2B11.51.26%2BAM.jpeg)
![](https://1.bp.blogspot.com/-7D69tUjrbEw/X9hWsJE3teI/AAAAAAAAA08/0hcFRTUIw-orykIwK2qiO-ckOn-fWCdnQCLcBGAsYHQ/s320/WhatsApp%2BImage%2B2020-12-15%2Bat%2B11.51.48%2BAM%2B%25282%2529.jpeg)
![](https://1.bp.blogspot.com/-VW0gnvfJ63k/X9hWsn5u33I/AAAAAAAAA1E/exxSQG4_1-sJtczmxsDXOyrbxof2jtmdACLcBGAsYHQ/s320/WhatsApp%2BImage%2B2020-12-15%2Bat%2B11.51.48%2BAM%2B%25283%2529.jpeg)
![](https://1.bp.blogspot.com/-3k4Bg19Pa-w/X9hWtlcXyLI/AAAAAAAAA1I/uCp1XDqbJxINhLE9zBdCpI6CT-1hCclVwCLcBGAsYHQ/w283-h320/WhatsApp%2BImage%2B2020-12-15%2Bat%2B11.51.48%2BAM.jpeg)
![](https://1.bp.blogspot.com/-_MCOiqeq7Gw/X9hWtrUPADI/AAAAAAAAA1M/KyAfNjXR2Ns3qOXlWOsaoGlfortLvNEmwCLcBGAsYHQ/w250-h320/WhatsApp%2BImage%2B2020-12-15%2Bat%2B11.51.55%2BAM.jpeg)
![](https://1.bp.blogspot.com/-At9ml9Bgli4/X9hWuFsCqZI/AAAAAAAAA1Q/DctD0hkgkWkFJ0Wp7Zv13Qn37-sreHn1gCLcBGAsYHQ/s320/WhatsApp%2BImage%2B2020-12-15%2Bat%2B11.52.54%2BAM.jpeg)
Last Update by Dipawali Bora (05.05.2022)