নন্দোৎসৱ কেতিয়া উদযাপন কৰা হয় ?

উত্তৰঃ নন্দোৎসৱ জন্মাষ্টমীৰ পিছদিনা উদযাপন কৰা হয় ।