নন্দোৎসৱ প্ৰথমে কোনে উদযাপন কৰিছিল ?

উত্তৰঃ গোকুলৰ ৰজা নন্দই কৃষ্ণক পুত্ৰ ৰুপে লাভ কৰাৰ পিছত আনন্দিত হৈ পৰিছিল আৰু সেই আনন্দতে গোকুলবাসীক একত্ৰিত কৰি আনন্দ উৎসৱ পালন কৰিছিল। তেতিয়াৰে পৰাই নন্দোৎৱ উদযাপন হৈ আহিছে ।