লেং লেংকৈ ওখ ভনীৰ ঔ টেঙা হেন থোপা,খুলি চালো মেলি চালো,ফটাকানিৰ সোপা ?

উত্তৰঃ ঢেঁকী দিওঁতে