বীজগণিত অধ্যায় 10 অনুশীলনী 10 (C) 1. যোগ কৰা । (i) 2ab2c আৰু 7ab2c (ii) 10pq, 3pq আৰু pq (iii) -16xy, 8xy, আৰু 5xy (iv) 7×2, -5×2, 2×2 (v) 4ab2, -3ab2, ab2 (vi) -3b2c, 4b2c, -b2c (vii) -13x2y3z, 8x2y3z, -12x2y3z আৰু 5x2y3z (viii) 4x2yz, -6x2yz, x2yz আৰু 2x2yz (ix) 11pqr, -14pqr, 6pqr, -10pqr (x) 3a3x, -5a3x, 9a3x, -13a3x 2. বিয়োগ কৰা । (i) 7a ৰ পৰা 5a (ii) 6x2y ৰ পৰা 9x2y (iii) -4a2bc ৰ পৰা 3a2bc (iv) p2q ৰ…