বীজগণিত ( Algebra ) অধ্যায় 10 । অনুশীলনী 10 (A) | Chapter 10 Class 6 Maths AJB School Question Answer | বীজগণিত ( Algebra ) Lesson 10 Class 6 Maths AJB School Question Answer And Solution For Assam |

বীজগণিত

 অধ্যায় 10

অনুশীলনী 10 (A)

1. তলৰ বাক্যাংশবোৰ আক্ষৰিক সংখ্যা আৰু সংখ্যাৰ সহায়ত প্ৰকাশ কৰা ।

(i) х আৰু 3ৰ যোগফল ।

(ii) Yতকৈ 7 বেছি ।

(iii) aৰ দুগুণৰ লগত bৰ তিনিগুণৰ যোগফল ।

(iv) pৰ 3 গুণৰ পৰা  qৰ 5 গুণ বিয়োগ কৰা ।

(v) bক 5 বাৰ পূৰণ কৰি 10ৰ লগত যোগ ।

(vi) xৰ 5 গুণতকৈ 3 কম ।

(vii) kৰ 3 গুণতকৈ 7 বেছি ।

(viii) w আৰু 3ৰ ভাগফলৰ লগত uৰ 2 গুণ যোগ ।

(ix) qক 3 বাৰ পূৰণ কৰি 9ৰ পৰা বিয়োগ ।

(x) x, y আৰু zৰ যোগফলৰ 4 গুণতকৈ 4 বেছি ।

2. তলত দিয়াবোৰক আক্ষৰিক সংখ্যাৰ সহায়ত প্ৰকাশ কৰা ।

(i) এটা সংখ্যাৰ 10 গুণতকৈ 5 বেছি ।

(ii) এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ ।

(iii) এটা সংখ্যাক 3 বাৰ পূৰণ কৰি 11 যোগ ।

(iv) 20 ৰ পৰা এটা সংখ্যাক 4 বাৰ পূৰণ কৰি বিয়োগ ।

(v) তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগৰ লগত 1 যোগ ।

(vi) এটা সংখ্যাৰ এক-তৃতীয়াংশৰ লগত 5 যোগ ।

3. তলৰ ৰাশিবোৰ বাক্যত প্ৰকাশ কৰা ।

(i) 2x + y

(ii) 3(x + y) -5

(iii) 5x5

(iv) X2-y2

(v) (x + 1) (x + 2) (x + 3)

4. তলৰ পূৰণবোৰ সূচক আকাৰত লিখা ।

(i) 5 х 5 х 5 х 5 х 5 

(ii) x. x. x. ……… x (15 বাৰ )

(iii) y. y. y. y. y. z. z. z. z. z.

(iv) a. a. a. b. b. b. b. c. c. c. c. c.

(v) p. p. p. …….. p (w বাৰ)

5. তলৰ সূচক আকাৰত লিখা ৰাশিবোৰক পূৰণ হিচাপে দেখুওৱা ।

(i) a4

(ii) x3y2

(iii) a3b4c5

(iv) x50

(v) p4q3r6

6. সূচকৰ বিধি প্ৰয়োগ কৰি সূচক আকাৰত সৰল কৰা ।

(i) ax a8

(ii) b15 b10

(iii) x3y4 ➗ x2y

(iv) p5q4rx p4q2r7

(v) p7q3r9  ➗ p5q2r7

(vi) (abc) 9

(vii) 

(viii) a2b x ab2c x abc2

Question Type By- Himadree Bora

Post ID: DABP001849