Month: January 2023

Class 10 Social Science MCQs Answer | Chapter 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

১. পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ কেইটা বৃহৎ উপাদান বা মণ্ডলে ভৌগোলিক পৰিৱেশৰ নিৰূপণ কৰিছে? (ক) তিনিটা (খ) চাৰিটা (গ) দুটা Answer: (খ) চাৰিটা ২. শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক কি বোলা হয়? (ক) স্থলমণ্ডল (খ) জলমণ্ডল (গ) ইয়াৰে এটাও নহয়। Answer: (ক) স্থলমণ্ডল ৩. স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কেই শতাংশ আগুৰি আছে? (ক) ৩০…

Read the full article