Class 11 Geography Book Chapter 5 | (গোট ৩) অধ্যায় ৫ মনিক আৰু শিলা | MCQs Short Question Answer |

Chapter 5

মনিক আৰু শিলা

১। গ্ৰেনাইট গঠনৰ মূল উপাদান কোন দুবিধ ?  

(ক) চিলিকা আৰু এলুমিনিয়াম

(খ) লৌহ আৰু নিকেল

(গ) লৌহ আৰু অয়স্কআৰু প’টাছিয়াম

উত্তৰঃ (ক) চিলিকা আৰু এলুমিনিয়াম

২। সৃষ্টিৰ তাৰতম্য অনুসৰি আগ্নেয়শিলা কেইপ্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

৩।  তলত উল্লেখ কৰা কোনবিধ গেদীয় শিলা নহয় ?

(ক) ব্ৰেচিয়া

(খ) টিলাইট

(গ) মাৰ্বল

(ঘ) বোৰাক্স

উত্তৰঃ (গ) মাৰ্বল

৪। কোনবিধ খনিজদ্ৰব্য একক উপাদানেৰে গঠিত নহয় ? 

(ক) সোণ

(খ) খনিজ ক’লা মাটি

(গ) ৰূপ

(ঘ) অভ্ৰ

উত্তৰঃ (ঘ) অভ্ৰ

৫। আটাইতকৈ কঠিন খনিজদ্ৰব্য কোনবিধ ? 

(ক) ট’পাজ

(খ) কোৱাৰ্জ

(গ) হীৰা

(ঘ) ফেলছপাৰ

উত্তৰঃ (গ) হীৰা

৬। তলত উল্লেখ কৰা কোনটো ৰপান্তৰিত স্পষ্ট বৈশিষ্ট্য ?  

(ক) পৰিৱৰ্তনশীল

(খ) স্ফটিকযুক্ত

(গ) ফ’লিয়েচন

(ঘ) স্থিৰতা

উত্তৰঃ (গ) ফ’লিয়েচন

৭। গঠন আৰু দানাৰ আকৃতি অনুযায়ী গেদীয় শিলাক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?

(ক) চাৰিটা

(খ) পাঁচটা

(গ) ছয়টা

উত্তৰঃ (খ) পাঁচটা

৮। আগ্নেয়শিলাৰ মাজত সোণ,ৰূপ,তাম,সীহ,দস্তা আদি ধাতৱ পদাৰ্থ পোৱা যায়, সচাঁ নে মিছা ?

(ক) সচাঁ

(খ) মিছা

উত্তৰঃ (ক) সচাঁ

৯। গঠনৰ ধৰণ অনুযায়ী গেদীয় শিলাক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

১০। খনিজ দ্ৰব্যবোৰত ধাতু মিশ্ৰিত হৈ থাকেনে ?

(ক) থাকে

(খ) নাথাকে

উত্তৰঃ (খ) নাথাকে

১১। ধাতৱ পদাৰ্থ মিশ্ৰিত খনিজ দ্ৰব্যসমূহক কেইটা ভাগত ভগাব পাৰি ?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (খ) তিনিটা ভাগত

১২। ভূত্বক গঠনত এমফিবলৰ বৰঙনি কিমান শতাংশ-

(ক) ৪ শতাংশ

(খ) ৫ শতাংশ

(গ) ৭ শতাংশ

উত্তৰঃ (গ) ৭ শতাংশ

১৩। বৰ্তমানলৈ পৃথিৱীৰ খোলাটোত কিমানবিধ মণিক চিনাক্ত কৰা হৈছে ?

(ক) 15,000

(খ) 20,000

(গ) 25,000

উত্তৰঃ (খ) 20,000

১৪। কোৱাৰ্জ কিহেৰে গঠিত ?

(ক) চিলিকাৰে

(খ) পাইৰক্সিনেৰে

(গ) ফছফেটেৰে

উত্তৰঃ (ক) চিলিকাৰে

১৫। পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো হল ভূত্বক, শুদ্ধ নে অশুদ্ধ-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৬। আগ্নেয়শিলা হল প্ৰাথমিক শিলা, সচাঁ নে মিছা ?

(ক) সচাঁ

(খ) মিছা

উত্তৰঃ (ক) সচাঁ

১৭। ৰূপান্তৰিত শব্দৰ অৰ্থ কি ?

(ক) ৰূপ সংযোগ

(খ) ৰূপান্তৰ

(গ) ৰূপৰ পৰিৱৰ্তন

উত্তৰঃ (গ) ৰূপৰ পৰিৱৰ্তন

১৮। উৎপত্তিৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি শিলাক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিব পাৰি-

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

১৯। এমফিবলৰ ৰং হল-

(ক) ৰঙা

(খ) হালধীয়া

(গ) সেউজীয়া

উত্তৰঃ (গ) সেউজীয়া

২০। কয়লা আৰু চূণশিল কি-

(ক) জৈৱশিলা

(খ) আগ্নেয় শিলা

(গ) শীতল শিলা

উত্তৰঃ (ক) জৈৱশিলা