যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যৰ কেইটা মূল ভাগ থকাৰ কথা উল্লেখ আছে আৰু কি কি ?

উত্তৰঃ- যোগিনী তন্ত্ৰত কামৰূপ ৰাজ্যৰ চাৰিটা মূল ভাগ থকাৰ কথা উল্লেখ আছে, আৰু সেই ভাগ কেইটা হ’ল- ৰত্নপীঠ, কামপীঠ, সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ ।