Might Learn Logo Might Learn Shop Might Learn

ASSEB Class 12 Physics Chapter 4 Question Answer Assamese Medium 2026| গতিশীল আধান আৰু চুম্বকত্ব Question Answer, MCQ, Text Book PDF

Chapter 4

গতিশীল আধান আৰু চুম্বকত্ব

অনুশীলনী

4.1 প্ৰত্যক ব্যাসাৰ্দ্ধ 8.0 cm কৈ 100 টা পাকৰ বৃত্তাকাৰ কুণ্ডলী এটাই 0.40 A প্ৰবাহ কঢ়িয়াইছে। কুণ্ডলীৰ কেন্দ্ৰত □(→┬B )চৌম্বিক ক্ষেত্ৰৰ মান কিমান?

উত্তৰঃ

4.2 দীঘল পোন তাঁৰ এডালে 35A প্ৰবাহ কঢ়িয়াইছে তাঁৰডালৰ পৰা 20cm আঁতৰৰ বিন্দু এটাত □(→┬B ) চৌম্বিক ক্ষেত্ৰৰ মান কিমান?

উত্তৰঃ

4.3 আনুভুমিক তলত সংস্থাপিত দীঘল পোন তাঁৰ এডালে উত্তৰৰ পৰা দক্ষিণ দিশলৈ 50A প্ৰবাহ কঢ়িয়াইছে। তাঁৰডালৰ পৰা পূবে 2.5m দূৰত্বত অৱস্থিত বিন্দু এটাত □(→┬B )মান আৰু দিশ নিৰ্ণয় কৰা।

উত্তৰঃ

4.4 মূৰৰ ওপৰেৰে যোৱা আনুভুমিত তাঁৰ এডালে পূবৰ পৰা পশ্চিম দিশলৈ 90A প্ৰবাহ কঢ়িয়াইছে। তাঁৰডালৰ পৰা 1.5m তলত চৌম্বিক ক্ষেত্ৰৰ মান আৰু দিশ কি হ’ব?

উত্তৰঃ

4.5 0.15T মান বিশিষ্ট সুষম চৌম্বিক ক্ষেত্ৰৰ লগত 300 কোণত প্ৰতিস্থাপিত 8A প্ৰবাহ কঢ়িয়াই থকা তাঁৰ এডালৰ প্ৰতি একক দৈৰ্ঘ্যত প্ৰয়োগ হোৱা চৌম্বিক বলৰ মান কিমান?

উত্তৰঃ

4.6 চলেনইড এটাৰ ভিতৰত তাঁৰ অক্ষৰ লম্বভাৱে 10A প্ৰবাহ কঢ়িয়াই থকা 3.0cm দৈৰ্ঘ্যৰ তাঁৰ এডাল প্ৰতিস্থিত দৈ আছে। চলেনইডৰ ভিতৰত চৌ ম্বিক ক্ষেত্ৰ 0.27T বুলি দিয়া আছে।তাঁৰডালৰ ওপৰত চৌম্বিক বল কিমান?

উত্তৰঃ

4.7 দুডাল দীঘল আৰু সমান্তৰাল পোন তাঁৰ A আৰু B এ একে দিশতে ক্ৰমে 8.0A আৰু 5.0A প্ৰবাহ কঢ়িয়াই আছে আৰু সিহঁতৰ মাজৰ দূৰত্ব 4.0cm| A তাঁৰৰ 10cm খণ্ড এটাৰ ওপৰত প্ৰয়োগ হোৱা বল গণনা কৰা।

উত্তৰঃ

4.8 8 0cm দৈৰ্ঘ্যৰ ঘনকৈ পকোৱা চলেনইড এটা প্ৰত্যেকেই 400 টা পাকৰ 5টা তৰপেৰে গঠিত। চলেনইডটোৰ ব্যাস 1.8cm| যদি কঢ়িয়াই নিয়া প্ৰবাহ 8.0A হয় তেন্তে চলেমইডৰ ভিতৰত তাঁৰ কেন্দ্ৰৰ ওপৰত চৌম্বিক ক্ষেত্ৰ গণনা কৰা।

উত্তৰঃ

4.9 10cm বাহুৰ বৰ্গাকৃতি কুণ্ডলী এটাৰ 20 টা পাক আছে আৰু ই 12A প্ৰবাহ কঢ়িয়াই। কুণ্ডলীটো উলম্বভাৱে ওলোমোৱা হৈছে আৰু কুণ্ডলীৰ সমতলৰ লম্বই 0.80T মানৰ আনুভুমিক সুষম চৌম্বিক ক্ষেত্ৰৰ দিশৰ সৈতে 300কোণ কৰে। কুণ্ডলীয়ে অনুভৱ কৰা টৰ্কৰ মান কিমান?

উত্তৰঃ

4.10 M1 আৰু M2দুটা চলুকুণ্ডলী মিটাৰৰ সবিশেষ তলত দিয়া হৈছে।

R1= 10Ω, N1=30,

A1=3.6x 10-3 m2,B1= 0.25T

R2= 14Ω,N2=42,

A2= 1.8×10-3 m2, B2= 0.50T

(দুয়োটা মিটাৰৰ বাবে স্প্ৰিং ধ্ৰুৱক একে)

M2আৰু M1ৰ (a) প্ৰবাহ সংবেদলশীলতা আৰু (b) বিভৱ সংবেদনশীলতাৰ অনুপাত নিৰ্ণয় কৰা।

উত্তৰঃ

4.11 এই প্ৰকোষ্ঠত 6.5 G (1G=10-4T) মানৰ সুষম চৌম্বিক ক্ষেত্ৰ এখন প্ৰতিস্থিত কৰা হৈছে। ক্ষেত্ৰৰ লম্বভাৱে ইলেক্ট্ৰন এটাক 4.8×106 ms-1দ্ৰুতিৰ ক্ষেত্ৰৰ ভিতৰলৈ প্ৰক্ষেপ কৰা হৈছে। ইলেক্ট্ৰনৰ গতিপথে কিয় বৃত্তৰ আকাৰ লয় ব্যাখ্যা কৰা। বৃত্তাকাৰ কক্ষপথৰ ব্যাসাৰ্দ্ধ নিৰ্ণয় কৰা।( e= 1.5x 10-19 c,me = 9.1 x 10-31 kg)

উত্তৰঃ

4.12 4.11 অনুশীলনীত বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণৰ কল্পনাংক নিৰ্ণয় কৰা। তোমাৰ উত্তৰ ইলেক্ট্ৰনৰ দ্ৰুতিৰ ওুৰত নিৰ্ভৰশীলনে? ব্যাখ্যা কৰা।

উত্তৰঃ

4.13 (a) 0.IT ৰ সুষম আনুভুমিক চৌম্বিক ক্ষেত্ৰ এখনত 6.0 A প্ৰবাহ কঢ়িয়াই থকা 30 টা পাৰবিশিষ্ট আৰু 8.0cm ব্যাসাৰ্দ্ধৰ বৃত্তাকাৰ কুণ্ডলী এটা উলম্বভাৱে ওলোমাই ৰখা হৈছে।ক্ষেত্ৰ ৰেখাবোৰে কুণ্ডলীৰ লম্বৰ লগত 600কোঁ কৰে। কুণ্ডলীৰ ঘূৰ্ণন বন্ধ কৰিবলৈ প্ৰয়োদন পৰিতিৰোধ টৰ্কৰ মান গণনা কৰা।

(b) (a)ৰ বৃত্তাকাৰ কুণ্ডলীটো আন একে ক্ষেত্ৰফল আগুৰি থকা সমতলীয় অনিয়তাকাৰ কুণ্ডলীৰে ৰদ-বদল কৰিলে তোমাৰ উত্তৰ সলনি হ’ব নেকি? (অন্যান্য সবিশেষ অপৰিবৰ্তিত থাকিব)[unaitecred]

উত্তৰঃ

অতিৰিক্ত অনুশীলনী

4.14 যথাক্ৰমে 16cm আৰু 10cm ব্যাসাৰ্দ্ধৰ দুটা এককেন্দ্ৰীয় বৃত্তাকাৰ কুণ্ডলী X আৰু Y উত্তৰৰ পৰা দক্ষিণলৈ দিষ অন্তৰ্বিষ্ট হৈ থকা একেখন উলম্ব সমতলত প্ৰতিষ্ঠাপিত হৈ আছে। X কুণ্ডলীৰ 20 টা পাক আছে আৰু ই 16A প্ৰবাহ কঢ়িয়াই; ভকুণ্ডলীৰ 25 টা পাক আছে আৰু ই 18A প্ৰবাহ কঢ়িয়াইছে। পশ্চিমলৈ মূৰ কৰি থকা নিকীক্ষক এজনৰ বাবে প্ৰবাহৰ দিশ Xত ঘড়ীৰ কাঁটাৰ বিপৰীতে সআৰু Yত ঘড়ীৰ তাঁটা অনুসৰি কুণ্ডলী দুটাৰ কেৰ্ন্দ্ৰত সিঁহতৰ বাবহে উতপন্ন চৌম্বিক ক্ষেত্ৰৰ মান আৰু দিশ নিৰ্ণয় কৰা।

উত্তৰঃ

4.15 প্ৰায় 10cm ৰৈখিক মাত্ৰাৰ আৰু প্ৰায় 10-3 m3ক্ষেত্ৰফলৰ অঞ্চল এটাত100G ৰ (থ উৃ 10-4_m3ক্ষেত্ৰফলৰ অঞ্চল এটাত 100G ৰ(1G= 10-4 T) সুষম চৌম্বিক ক্ষেত্ৰ এখনৰ প্ৰয়োদন। তাঁৰৰ প্ৰদত্ত কুণ্ডলী এটাৰ সৰ্ব্বোচ্চ প্ৰবাহ বহন ক্ষমতা 15A আৰু মজ্জাৰ ওপৰেৰে পকাব পৰা প্ৰতি একক দৈৰ্ধ্যৰ পাচকৰ সংখ্যা খুব বেছি 1000 পাক প্ৰতিমিটাৰ পৰ্যন্ত হ’ব পাৰে। পয়োজন পূৰাবলৈ ব্যৱহাৰ কৰিবলগীয়া চলেনইডৰ যথোপযুক্ত চানেকিৰ বাবে দিহা আগহবঢ়োৱা ধৰি লোৱা যে মজ্জাটো লৌহ চুম্বিয় (ferromagnetic) নহয়।

4.16 R ব্যাসাৰ্দ্ধ তথা Nটা পাকৰ আৰু I প্ৰবাহ কছিয়াই থকা বডত্তাকাৰ কণ্ডলী এটাৰ অক্ষত কেন্জদ্ৰত পৰা x দূৰত্বত চৌ ম্ভিক ক্ষেত্ৰৰ মান হ’ল

B=uIRN/(2(x+R)3/2)

দেখুওৱা যে ই কুণ্ডলীৰ কেন্দ্ৰত উতপন্ন চৌম্বিক ক্ষেত্ৰৰ পৰিচিত মানলৈ ৰূপান্তৰিত হয়।

R দূৰত্বৰে পৃথক হৈ থকা আৰু একে দিশত সমান প্ৰবাহ কঢ়িওৱা সমান্তৰাল সমাক্ষীয় বৃত্তাকাৰ কুণ্ডলী দুটা লোৱা যাৰ ব্যাসাৰ্দ্ধ R আৰু পাক সংখ্যা N একে। দেখুৱা যে অক্ষৰ ওপৰত কুণ্ডলী দুটাৰ মাজত সিহঁতৰ মধ্যবিন্দুৰ ওচৰা-উচৰি ঠাইত ক্ষেত্ৰ, Rৰ তুলনাত সৰু দূৰত্বৰ ভিতৰত সুষম আৰু ইয়াৰ মান

B= 0.72 uNI/R,প্ৰায়।

[সৰু অঞ্চল এটাত প্ৰায় সুষম চৌম্বিক ক্ষেত্ৰ স্থাপনৰ এনে সজ্জাক হে’মলট্ জ কুণ্ডলী বোলে]

উত্তৰঃ

4.17 টৰইড এটাৰ মজ্জাৰ (অলৌহচুম্বকীয়) অন্তঃ ব্যাসাৰ্দ্ধ 25cm আৰু বহিঃ ব্যাসাৰ্দ্ধ 26cm, যাৰ ওপৰত তাঁৰৰ 3500 টা পাক দিয়া হৈছে। তাঁৰ মাজেৰে যোৱা প্ৰবাহ 11A হ’লে,

(a) টৰইডৰ বহিঃভাগত,(b) টৰইডৰ মজ্জাৰ অভ্যন্তৰত, আৰু (c) টৰইডে আৱৰি থকা মুকলি অঞ্চলত চৌম্বিক ক্ষেত্ৰ কিমান?

উত্তৰঃ

) প্ৰকোষ্ঠ এটাত স্থিৰ দিশৰ (পূবৰ পৰা পশ্চিমলৈ) কিন্ত ইয়াৰ মান প্ৰতিবিন্দুতে পৰিবৰ্তনশীল চৌম্বিক ক্ষেত্ৰ এখন প্ৰতিস্থা কৰা হৈছে। আহিত কণা এটাই প্ৰকেষ্ঠত প্ৰৱেশ কৰিলে আৰু দিশ সলনি নকৰাকৈ সৰল ৰেখা এডালেদি ধ্ৰুৱক দ্ৰুতিৰে গতি অব্যাহত ৰাখিলে। কণাটোৰ প্ৰাৰম্ভিক বেগৰ ওপৰত তোমাৰ মন্তব্য কি?

উত্তৰঃ

4.18 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

(a) প্ৰকোষ্ঠ এটাত স্থিৰ দিশৰ (পূবৰ পৰা পশ্চিমলৈ) কিন্ত ইয়াৰ মান প্ৰতিবিন্দুতে পৰিবৰ্তনশীল চৌম্বিক ক্ষেত্ৰ এখন প্ৰতিস্থা কৰা হৈছে। আহিত কণা এটাই প্ৰকেষ্ঠত প্ৰৱেশ কৰিলে আৰু দিশ সলনি নকৰাকৈ সৰল ৰেখা এডালেদি ধ্ৰুৱক দ্ৰুতিৰে গতি অব্যাহত ৰাখিলে। কণাটোৰ প্ৰাৰম্ভিক বেগৰ ওপৰত তোমাৰ মন্তব্য কি?

উত্তৰঃ

(b) শক্তিশালী আৰু প্ৰতি বিন্দুত মান আৰু দিশ উভয়তে পৰিবৰ্তনশীল অসুষম চৌম্বিক ক্ষেত্ৰৰ পৰিৱেশলৈ আহিত কণা এটা সোমাই আহিল আৰু জটিল পথেৰে ভ্ৰমণ কৰি তাৰ পৰা ওলাই আহিল পৰিৱেশটোত কোনো সংঘাতৰ সন্মুখীন নহ’লে তাৰ অন্তিম দ্ৰুতি,প্ৰাৰম্ভিক দ্ৰুতিৰ সমান হ’বনে?

উত্তৰঃ

© উত্তৰৰ পৰা দক্ষিণ দিশলৈ সুষম স্থিতিবৈদ্যুতিক ক্ষেত্ৰ এখন থকা প্ৰকেষ্ঠ এটাত পশ্চিমৰ পৰা পূবলৈ ভ্ৰমণৰত ইলেক্ট্ৰন এটা সোমাই আহিল। ইলেক্ট্ৰনটোক তাৰ সৰলৰৈখিক পথৰ পৰা বিদ্যুত নোহোৱাকৈ ৰাখিবলৈ হ’লে কোন দিশত সুষম চৌম্বিক ক্ষেত্ৰ এখন স্থাপন কৰিব লাগিব?

উত্তৰঃ

4.19 উত্তপ্ত কে’থডৰ পৰা নিৰ্গত আৰু 2.0kV বিভৱান্তৰেৰে ত্বৰিত ইলেক্ট্ৰন এটা 0.15T ৰ সুষম চৌম্বিক ক্ষেত্ৰ এখনত প্ৰৱেশ কৰিছে। ইলেক্ট্ৰনৰ প্ৰক্ষেপপথ নিৰ্ণয় কৰা যদি ক্ষেত্ৰ

(a) তাৰ প্ৰাৰম্ভিক বেগৰ অনুপ্ৰস্থ, (b) আৰু তাৰ প্ৰাৰম্ভিক বেগৰ লগত 300কোণ কৰি থাকে।

উত্তৰঃ

4.20 হে’মলট্ জ কুণ্ডলী (4.16 অনুশীলনীত বৰ্ণনা কৰা) ব্যৱহাৰ কৰি প্ৰতিস্থা কৰা চৌম্বিক ক্ষেত্ৰ এখন সৰু অঞ্চল এটাত সুষম আৰু তাৰ মান 0.75T| একেটা অঞ্চলতে কুণ্ডলীৰ সাধাৰণ অক্ষৰ লম্ব দিশত সুষম স্থিতিবাদ্যুতিক ক্ষেত্ৰ এখনো প্ৰতিষ্ঠিত হৈ আছে। প্ৰত্যেকেই 15kV ৰ দ্বাৰা ত্বৰিত হোৱাৰ পিছত আহিত কণাৰ (একে প্ৰজাতিৰ) ক্ষীণ ৰশ্মি গুচ্চ এটাই কুণ্ডলীৰ অক্ষ আৰু স্থিতিবৈদ্যুতিক ক্ষেত্ৰ উভয়ৰে লম্ব দিশত এই অঞ্চললৈ সোমাই আহে। স্থিতিবৈদ্যুতিক ক্ষেত্ৰৰ মান 9.0×10-5 V m-1 হ’লে ৰশ্মিৰ বিদ্যুত নঘটে। ৰশ্মিগুচ্ছত থকা কণাৰ প্ৰকৃতি সম্বন্ধে সৰল আন্দাজ এটা কৰা। উত্তৰটো কিয় অনন্য নহয়।

উত্তৰঃ

4.21 0.45m দৈৰ্ঘ্যৰ আৰু 60g ভৰৰ পোন আনুভুমিক দণ্ড এডাল তাৰ দুই প্ৰান্তত দুডাল উলম্ব তাঁৰৰ সহায়ত ওলোমি আছে। তাঁৰৰ মাজেৰে দণ্ডডালত 5.0A প্ৰবাহ প্ৰতিষ্ঠা কৰা হ’ল।

(a) দণ্ডৰ লম্ব দিশত কেনে চৌম্বিক ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিলে তাঁৰ দুডালত টান শূন্য হ’ব?

উত্তৰঃ

(c) চৌম্বিক ক্ষেত্ৰক পূৰ্বৰ দৰে ৰাখি প্ৰবাহৰ দিশ ওলোটা কৰিলে তাঁৰ দুডালৰ মুঠ টান কিমান হ’ব?(তাঁৰৰ ভৰ গণ্য নকৰিবা।) g=9.8ms-2|

উত্তৰঃ

4.22 গাড়ীৰ বেটাৰী আৰু ষ্টাৰ্ট কৰা মটৰ সংযোগী তাঁৰবোৰে 300A প্ৰবাহ কঢ়িয়ায় (কম সময়ৰ বাবে)। তাঁৰবোৰ 70cm দীঘল আৰু 1.5cm দূৰত্বৰে পৃথক হৌ থাকিলে তাঁৰবোৰৰ মাজত প্ৰতি একক দৈৰ্ঘ্যৰ বল কিমান? এই বল আকৰ্ষণী নে বিকৰ্ষণী?

উত্তৰঃ

4.23 10.0 cm ব্যাসাৰ্দ্ধৰ চুঙাকৃতিৰ অঞ্চল এটাত অক্ষৰ সমান্তৰালকৈ আৰু পূবৰ পৰা পশ্চিমলৈ মূৰ কৰি 1.5T ৰ সুষম চৌম্বিক ক্ষেত্ৰ এখন প্ৰতিষ্ঠিত হৈ আছে। উত্তৰৰ পৰা দক্ষিণ দিশলৈ 7.0A প্ৰবাহ চালিত তাঁৰ এডাল এই অঞ্চলৰে গৈছে। তাঁৰৰ ওপৰত প্ৰযুক্ত বলৰ মান আৰু দিশ নিৰ্ণয় কৰা যদি

(a) তাঁৰে অক্ষৰ সৈতে কটাকটি কৰে,

উত্তৰঃ

(b) তাঁডাল উত্তৰ-দক্ষিণৰ পৰা উত্তপ পূব-উত্তৰ পশ্চিম দিশলৈ ঘূৰোৱা হয়,

উত্তৰঃ

© উত্তপ-দক্ষিণ দিশত থকা তাঁৰডাল অক্ষৰ পৰা 6.0cm তললৈ নমাই দিয়া হয়।

উত্তৰঃ

4.24 ধনাত্মক z অক্ষৰ দিশত 3000G ৰ সুষম চৌম্বিক ক্ষেত্ৰ এখন স্থাপন কৰা হ’ল। 10cm আৰু 5cm বাহুৰ আয়তাকাৰ কুণ্ডলী এটাই 12A প্ৰবাহ কঢ়িয়ায়। 4.28চিত্ৰত দেখুৱা বিভিন্ন অৱস্থাত কুণ্ডলীৰ ওপৰত প্ৰযুক্তি টৰ্ক কিমান? প্ৰত্যেক ক্ষেত্ৰত বল কিমান? কোন অৱস্থাত সুস্থিৰ সাম্য বুজায়?

চিত্ৰ 4.28

4.25 20 টা পাক আৰু 10cm ব্যাসাৰ্দ্ধৰ বৃত্তাকাৰ কুণ্ডলী এটা 0.10 Tৰ

সুষম চৌম্বিক ক্ষেত্ৰ এখনত এনেদৰে প্ৰতিষ্ঠা কৰা হৈছে যাতে ক্ষেত্ৰৰ

দিশ কুণ্ডলীৰ সমতলৰ লম্ব হয়। কুণ্ডলীত প্ৰবাহ 5.0A হ’লে

(a) কুণ্ডলীত প্ৰয়োগ হোৱা মুঠ টৰ্ক

উত্তৰঃ

(b) কুণ্ডলীত প্ৰয়োগ হোৱা মুঠ বল

উত্তৰঃ

(c) চৌম্বিক ক্ষেত্ৰৰ প্ৰভাৱত কুণ্ডলীৰ প্ৰত্যেৰটো ইলেক্ট্ৰনৰ ওপৰত

প্ৰয়োগ হোৱা গড় বল কিমান?

[10-5 m2প্ৰস্থচ্চেদৰ তামৰ তাঁৰেৰে কুণ্ডলীটো তৌয়াৰ কৰা হৈছে

আৰু তামৰ মুক্ত ইলেক্ট্ৰনৰ ঘনত্ব প্ৰায় 1029 m-3]

উত্তৰঃ

4.26 60cm দীঘল আৰু 4.0cm ব্যাসাৰ্দ্ধৰ চলনইড এটাৰ প্ৰত্যেকৰে

300 কৈ পাক থকা তিনিটা তৰপ আছে। 2.5g ভৰৰ 2.0cm দীঘল তাঁৰ

এডাল চলেনইডৰ অক্ষৰ লম্বভাবে তাৰ অভ্যন্তৰত(কেন্দ্ৰৰ ওচৰত)

প্ৰতিষ্ঠিত হৈ আছে। তাঁৰ আৰু চলেনইডৰ অক্ষ,উভয়ে আনুভূমিক

সমতলত অৱস্থিত। চলেনইডৰ অক্ষৰ সমান্তৰাল সংযোগী দুডাল

তাঁৰৰ যোগেদি প্ৰদত্ত তাঁৰডাল বাহ্যিক বেটাৰী এটা লগত সংযোগ

কৰা হৈছে যাৰ ফলত তাঁৰডালৰ মাজেৰে 6.0A প্ৰবাহ বৈ যায়।

চলেনইডৰ পাকত কি মানৰ প্ৰবাহ (চলাচলৰ যথাযথ দিশৰ সৈতে)

তাঁৰডালৰ ওজনক সন্তলিত কৰিব পাৰিব? g= 9.8ms-2|

উত্তৰঃ

4.27 গেলভেন’মিটাৰ এটাৰ কুণ্ডলীত ৰোধ 12

আৰু 3mA প্ৰবাহৰ দ্বাৰা ইয়াৰ পূৰ্ণস্কেল বিদ্যুত দেখুৱাই।

তুমি কিদৰে ইয়াক 0ৰ পৰা 18V

পৰিসৰৰ ভল্টনিটাৰলৈ ৰূপান্তৰ কৰিবা?

উত্তৰঃ

4.28 গেলভেন’মিটাৰ এটাৰ কুণ্ডলীৰ ৰোধ 15 আৰু 4mA প্ৰবাহৰ

দ্বাৰা ইয়াৰ পূৰ্ণস্কেল বিদ্যুত ঘটে। তুমি কিদৰে ইয়াক 0ৰ পৰা6A

পৰিসৰৰ এমিটাৰলৈ ৰূপান্তৰ কৰিবা?

উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects