Chapter 11
কাৰিকৰী জীৱবিজ্ঞানঃ মূলনীতি আৰু প্ৰণালী
প্ৰশ্নমালা
- কাৰিকৰী জীৱবিজ্ঞানৰ মূল ভিত্তি কি?
- জিনীয় অভিযন্ত্ৰণ কাক বোলে?
- পুনৰ্গঠিত DNA কাক বোলে?
- ৰেছট্ৰিকচন এনজাইমৰ কাম কি? ইয়াৰ কেইটা ধৰণ আৰু এই বিলাকৰ কাম কি কি?
- ক্লনিং পৰিবাহক কি? ইয়াৰ কাম কি?
6.পেলিড্রম ক্রম কি? ইয়াৰ এটা উদাহৰণ দিয়া।
- EcoR I- য়ে কি বুজায়?
- Ligase-ৰ কাম কি?
- প্লাজমিড কাক বোলে? কিহত ইয়াৰ ব্যৱহাৰ হয়?
- পৰিবাহকক ক্লনিং কৰিবৰ বাবে কি কি চর্ত পূৰণ হ’ব লাগিব?
- PCR-য়ে কি বুজায়? ইয়াৰ দ্বাৰা কি কৰা হয়? DNA পুনর্গঠনত ইয়াৰ গুৰুত্ব বর্ণনা কৰা।
- বায়’ৰিয়েক্টৰ কাক বোলে? কিহত ইয়াৰ ব্যৱহাৰ হয়?
- বিচ্ছেদ কৰা DNA-ৰ অংশ সমূহ কি প্রক্রিয়াৰ দ্বাৰা পৃথক কৰা হয়?
- 5′ 3’3’ 5’GATCTACTAGAT-ক দুটা DNA তন্তু হিচাবে সজোৱা।
- T-প্লাচমিড় আহৰণ কৰিব পৰা জৈৱ উৎসৰ নাম লিখা। জৈৱ প্রযুক্তি বিদ্যাত ইয়াৰ ব্যৱহাৰ সম্পর্কে উল্লেখ কৰা।
- কোষৰ পুনৰ সংগঠন ক্ষমতাই কেনেকৈ উদ্ভিদ প্রজনন আৰু উৎকর্ষ সাধনত সহায় কৰে। জিন ক্লনিঙত জড়িত প্রধান স্তৰসমূহ বর্ণনা কৰা।
- এটা বেক্টেৰিয়া কোষৰ পৰা কি দৰে DNA পৰিত ৰূপত পৃথক কৰি সংগ্ৰহ কৰা হয়?
- আণৱিক কেঁচি কি? DNA পুনৰগঠন প্রযুক্তি প্রক্রিয়াত সিহঁতৰ ভূমিকা উল্লেখ কৰা।
- পোষক দেহত পুনৰগঠিত DNA স্থাপনৰ যিকোনো তিনিটা পদ্ধতি ব্যাখ্যা কৰা।
- ‘জেল ইলেক্টফৰেচিছ’ প্রযুক্তিটো কি নীতিৰ ওপৰত আধাৰিত লিখা। জীৱপ্রযুক্তি বিদ্যাত ইয়াৰ দুটি ব্যৱহাৰ উল্লেখ।
- ৰিকম্বিনেন্ট ডি, এন. এ. প্রযুক্তিৰ পদ্ধতিটো ব্যাখ্যা কৰা।
- PCR প্রযুক্তিটো কি নীতিৰ ওপৰত আধাৰিত লিখা। আণৱিক নিদানত এই প্রযুক্তিটোৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা।
সম্ভাব্য প্ৰশ্নাৱলী
I. এক নম্বৰৰ প্ৰশ্নঃ
(A) অতি চমু উত্তৰৰ প্ৰশ্নঃ
- PCR মানে কি?
- জীৱকাৰিকৰী বিদ্যা কি?
- পুনগৰ্ঠিত DNA কৌশলৰ সংজ্ঞা দিয়া। ইয়াৰ উজু শব্দ কি?
- ৰাসায়নিক চুৰি বা আণৱিক কেঁচি কি আৰু ইয়াৰ কি কাম?
- বায়’ৰিয়েক্টৰ বিলিলে কি বুজা?
- ক্লনিং পৰিবাহক কি?
- Ori, EcoRI পদৰ ব্যাখ্যা দিয়া।
- ‘জিন’ গান’ মানে কি?
- DNA লিগেজ কি?
- কাৰ্য্যপ্ৰণালী অনুসৰি এগুনিউক্লিয়েজ আৰু এক্স’নিউক্লিয়েজক কেনেকৈ পৃথক কৰিবা?
- সক্ষমকোষ কি?
- কোনে প্ৰথমে ৰিকম্বিনেন্ট ডি. এন. এ অণু উলিয়াইছিল?
- জিন ক্ল’ন কি?
(B) শূন্যস্থান পূৰণ কৰাঃ
- প্ৰত্যেক ৰেষ্ট্ৰিকছন এণ্ড’ নিউক্লিয়েজে DNA-ত এক বিশেষ __ চিনাক্ত কৰে।
- পুনগঠিত DNA উদ্ভিদ কোষৰ কোষকেন্দ্ৰত স্থাপন কৰা পদ্ধতিটোক __ কৌশল বোলা হয়।
- Ri আৰু Ti প্লাজমিড পোৱা যায় __ ত।
- PCR মানে __।
- __ কবাৰক আণৱিক কেঁচি বোলা হয়।
- প্ৰথম চিনাক্ত কৰা এণ্ড’নিউক্লিয়েজ টো হ’ল __।
- __ য়ে জীৱীত জীৱ কোষ আৰু উৎসেচকৰ বৃহৎ পৰিমাণৰ উৎপাদন আৰু প্ৰৱৰ্দ্ধন সম্পৰ্কে লেন-দেন কৰে।
- বৈছিকৈ ব্যৱহাৰ হোৱা বায়ৰিয়েক্টৰ বিলাক __।
- DNA-ৰ টুকুৰা এটি পোষক বেক্টেৰিয়াৰত প্ৰবিষ্ট কৰা হয় __ ৰ যোগেদি।
- জেল ইলেক্ট্ৰফৰে’ছিছ __ ত ব্যৱহাৰ কৰা হয়।
- জিনীয় অভিযন্ত্ৰক __ ডি. এন. এ প্ৰযুক্তিবিদ্যা বুলিও জনা যায়।
- জৈৱ প্ৰযুক্তি বিদ্যায় সামগ্ৰীসমূহৰ বৃহৎ পৰিমাণৰ উৎপাদন __ ৰ ৱব্যৱহাৰ ওপৰত নিৰ্ভৰশীল।
(C) Select the true and false statement:
- বেক্টেৰিয়াই তাৰ নিউক্লিয়ডক ‘মিথাইলেনৰ যোগেদি এণ্ডনিউক্লিয়েজৰ পৰা ৰক্ষা কৰে।
- বংশান্তৰিত উদ্ভিদ সৃষ্টি কৰা হয় বহিৰাগত জিন প্রবিষ্ট কৰাই।
- ৰেছট্রিকছন উৎসেচকৰ কাম হ’ল DNA ক মূৰৰ ফালৰ পৰা বিচ্ছিন্ন কৰা।
- DNA ৰ টুকুৰা বিলাক পলিমাৰেজ উৎসেচকে যোৰা দিয়ে।
- বেক্টেৰিয়াই ভাইৰাছৰ DNA, এণ্ডনিউক্লিয়েজৰ দ্বাৰা টুকুৰা কৰি ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰে।
- ৰেছট্রিকচন উৎসেচকবোৰ আণবিক চিহ্ন হিচাপেও জনা যায়।
- এন্টিবায়টিক প্রতিৰোধী জিন এটি পৰিবাহক, যি সাধাৰণতে পৰিৱৰ্তন হোৱা কোষ নির্বাচন কৰাত সহায় কৰে।
- সাধাৰণ বেক্টেৰিয়াৰ ভিতৰত বংশগতি অভিযন্ত্রণত আটাইতকৈ অধিক ব্যৱহাৰ হোৱা বেক্টেৰিয়া হ’ল ইশ্বেৰেছিয়া।
- PCR উদ্ভাৱন কৰাৰ বাবে হগোবিন্দ খোৰানাক নোবেল বঁটা দিয়া হৈছিল।
- বংশগতি অভিযন্ত্রণ এনে এক কৌশল যাৰ দ্বাৰা ইচ্ছাকৃত ভাবে জিনক সুকৌশলে একে প্রজাতিৰ বা ভিন্ন প্রজাতিৰ মাজত বিনিময় কৰোৱা হয়।
- প্লাজমিড় হৈছে বেক্টেৰিয়াৰ ঘূৰণীয়া অতিৰিক্ত ক্রম’জমীয় ডি. এন. এ।
- ডি. এন. এ অণু বিদলিত কৰিবলৈ ডি. এন. এ. লাইগেজ ব্যৱহাৰ কৰা হয়।
- বেক্টেৰিয়াই ভাইৰাছৰ পৰা সুৰক্ষিত হ’বলৈ এণ্ড’ নিউক্লিয়েজ ভাইৰেল ডি. এন. এ. ৰ টুকুৰা কৰে।
II. ২ নম্বৰৰ চমু প্রশ্নঃ
- DNA লাইগেজ কি?
- বংশগতি অভিযন্ত্ৰণৰ সংজ্ঞা দিয়া। বংশগতি অভিযন্ত্ৰণৰ আহিলা উল্লেখ কৰা।
- ‘জিনগান’ কি? ইয়াৰ কাৰ্য্যপদ্ধতিৰ মূল তত্ত্ব উল্লেখ কৰা।
- বংশান্তৰিত উদ্ভিদ বিলাক কি? উদাহৰণ দিয়া।
- বেক্টেৰিয়াৰ কোষৰ পৰা বিশুদ্ধ DNA কেনেকৈ উলিয়াই অনা হয়?
- পুনর্গঠিত DNA কি? এণ্ড’নিউক্লিয়েজ নামৰ ৰেছট্রিকচন এনজাইমে কেনেকৈ ইয়াৰ সৃষ্টিত সহায় কৰে?
- যি জীৱৰ পৰা T, প্লাজমিড সংগ্রহ কৰা হয় সেই জীৱৰ নাম লিখা। জীৱপ্রযুক্তি বিজ্ঞানত ইয়াৰ প্ৰয়োগ সম্পর্কে ব্যাখ্যা কৰা।
- যেতিয়া বাহক DNA আৰু অপৰিচিত DNA ৰ খাপখোৱা মূৰ লগ লাগি পুনর্গঠিত DNA গঠন হয়। খাপখুৱা মূৰ কেনেকৈ সৃষ্টি হয় আৰু যোৰা লাগে ব্যাখ্যা কৰা।
- নির্বাচনাত্মক মার্কাৰ বিলাক কি? বংশগতি অভিযন্ত্রণত এই বিলাকৰ কি ব্যৱহাৰ হয়?
- এগ্রবেত্তেৰিয়ামৰ ৰ দ্বাৰা বংশগতি পৰিৱৰ্তন কৰাক কিয় প্রাকৃতিক বংশগতি অভিযন্ত্রণ বোলা হয়?
- সংকোষকেন্দ্রীয় কোষত ৰেষ্ট্রিকছন এণ্ডনিউক্লিয়েজ থাকে নে? যুক্তি দর্শোৱা।
- PCR কৰিবৰ সময়ত যদি ‘ডিনেচাৰ কৰা স্তৰ বাদ পৰা যায় তেতিয়া প্ৰক্ৰিয়াটোত কি হ’ব?
- চেলুল’জ এনইম কিয় গছৰ জিনীয় সামগ্রীক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু প্রাণীৰ নহয়?
- জিন ক্লনিং প্রক্রিয়াত অন্তর্ভুক্ত হোৱা প্রধান স্তৰবোৰ লিখা।
- আণৱিক কেচিবোৰ কি? অন্ততঃ দুটা উদাহৰণ দিয়া।
III. ৩ নম্বৰৰ চমু প্রশ্নঃ
- এটা জীৱৰ বংশগত ৰূপান্তৰ কৰিবৰ বাবে কি কি পদক্ষেপ লব লাগে লিখা।
- বিশেষ ধৰণৰ উৎসেচক কিছুমানৰ নাম লিখা যাৰ সহায়ত বেক্টেৰিয়া সংকোষকেন্দ্রীক উদ্ভিদ আৰু ভেঁকুৰৰ কোষ বিদীর্ণ কৰি DNA আৰু লগত অন্যান্য বৃহৎ অণু মোকলাই অনা হয়।
- পার্থক্য লিখা।
(i) প্লাজমিড DNA আৰু ক্ৰম’জমীয় DNA (ii) এক্সনিউক্লিয়েইজ আৰু এণ্ড নিউক্লিয়েইজ পার্থক্য লিখা—
(i) প্লাজমিড DNA আৰু ক্ৰমজমীয় DNA.
(ii) এক্সনিউক্লিয়েজ আৰু এণ্ড নিউক্লিয়েজ।
- ৰিকগ্নিচন ক্রম মানে কি বুজা? EcoRI ৰ ৰিকগ্নিচন ক্ৰম আৰু ই ক’ত DNA ক বিচ্ছেদ কৰে লিখা।
- জীৱকাৰিকৰী বিজ্ঞানত ভটিয়নী পদ্ধতি কি?
- জিন ক্লনিঙৰ লগত জড়িত মুখ্য পদক্ষেপ কি কি লিখা।
- A অংশৰ লগত B অংশ মিলোৱা।
স্তম্ভ A স্তম্ভ B
(i) বংশগতি অভিযন্ত্ৰণ(ii) ষ্টিকি এনড(iii) ইলেকট্ৰপৰচন(iv) বাহক DNA(v) rDNA(vi) বায়ৰিয়েক্টৰ (a) পৰিবাহক + ইনছাৰট(b) ৰেষ্ট্ৰিকচন এণ্ড’নিউক্লিয়েজ(c) বেছিকৈ উৎপাদন(d) বাহক শূন্য জিন বদল(e) DNA পুনৰ্গঠন কৌশল(f) ক্লনিং কৰা বাহক
- পুনৰ্গঠিত DNA ৰ বাবে দুটা ভিন্ন DNA ৰ লপ্ৰয়োজন— যুক্তি যুক্ততা লিখা।
- ‘জেল’ ইলেকট্ৰফৰে’ছিছৰ তত্ত্ব উল্লেখ কৰা আৰু জীৱকাৰিকৰী বিজ্ঞানত ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
- ভিন্ন জাতিৰ বা পুনৰ্গঠিত DNA ৰ পোষক দেহত স্থাপন কৰাৰ বাবে যিকোনো তিনি ধৰণৰ পন্থা সম্পৰ্কে আলোচনা কৰা।
- জৈৱ প্ৰযুক্তিবিদ্যা কি? ইয়াৰ মূলনীতি আলোচনা কৰা।
- PCR শব্দটো বিস্তাৰকৈ লিখা। PCR ৰ মূলনীতি লিখা।
- যি প্রক্রিয়াৰ সহায়ত এটা বেক্টেৰিয়া কোষ ৰিকম্বিনেন্ট ডি. এন. এ. প্রযুক্তিৰে সক্ষম’ কৰি তুলিব পাৰি সেই পদ্ধতিটো বর্ণনা কৰা।
IV. ৫ নম্বৰৰ দীঘল প্রশ্নঃ
- EcoRI বহিৰাগত DNA ক ছেদ কৰি পুনর্গঠিত DNA সৃষ্টি কৰিবলৈ EcoRI ব্যৱহাৰ কৰা হয়। এটি নক্সাৰ সহায়ত দেখুউৱা।
- পলিমাৰেজ চেইন ৰিয়েকচ কি আৰু কেনেকৈ ইয়াক জিনৰ সংখ্যা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়?
- আণৱিক কেঁচি কি? DNA পুনর্গঠন কৌশলত এইবিলাকৰ ভূমিকা ব্যাখ্যা কৰা।
- বাণিজ্যিক ব্যৱহাৰৰ বাবে আৱশ্যকীয় জিনযুক্ত যি কোনো পুনর্গঠিত DNA ৰ মিলিয়ন সংখ্যক প্রতিলিপিৰ দৰকাৰ হয়। কেনেকৈ ইয়াৰ বর্ধন কৰা হয়? ব্যাখ্যা কৰা।
- বংশগতি অভিযন্ত্ৰণৰ ধাৰণা কেনেকৈ বিকাশ ঘটিল আলোচনা কৰা।
- কম্বিনেন্ট ডি. এন. এ প্রযুক্তি কি? ৰিকম্বিনেন্ট ডি. এন. এ প্রযুক্তি পদ্ধতিৰ চমুকৈ আলোচনা কৰা।
- বায়ৰিয়েক্টৰ কি? এটা আলোড়নকাৰী ঘোটনীযুক্ত বায়’ৰিয়ক্টেৰৰ চিহ্নিত চিত্র আঁকি তাৰ কার্য বর্ণনা কৰা।