AJB Class 6 English Chapter 14 Answer Changing Seasons

Changing Seasons

1. What makes a yearly seasonal chain ?

(বাৰ্ষিক বতৰীয়া শৃঙ্খল কিহে বনায় ?)

Ans: Summer, winter and the rain make a yearly seasonal chain.

গ্ৰীষ্ম, শীত আৰু বৰষুণে বছৰেকীয়া ঋতুভিত্তিক শৃংখল গঠন কৰে।

2. How is the weather in the plains ? (সমতল ভূমিত বতৰ কেনেকুৱা হয়।)

Ans: The weather in the plain is warm.

সমভূমিৰ বতৰ উষ্ণ।

3. How is the weather in the monsoon ? (বৰ্ষাকালত বতৰ কেনেকুৱা হয় ?)

Ans: There is thunder and rain in the monsoon.

বাৰিষাত বজ্ৰপাত আৰু বৰষুণ। 

← Previous Chapter NEXT Chapter →

Type by Dipawali Bora

Post ID: DABP001738

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top