১৮ শতিকাৰ সামাজিক ভাগবোৰ কি আছিল ?

উত্তৰঃ ১৮ শতিকাৰ সামাজিক ভাগবোৰ আছিল- সম্ভ্ৰান্ত বা ন’বলসকল, উচ্চ যাজকসকল, নিম্ন যাজকসকল, খেতিয়কসকল, শিল্পীসকল আৰু দাসসকল ।