নেপোলিয়নে ক’ত ক’ত হস্তক্ষেপ কৰিবলৈ বন্ধ কৰা বাবে সংঘৰ্ষ বন্ধ কৰিছিল ?

উত্তৰঃ নেপোলিয়নে ইটালী, ছুইজাৰলেণ্ড আৰু হলেণ্ডত হস্তক্ষেপ কৰিবলৈ বন্ধ কৰা বাবে সংঘৰ্ষ বন্ধ কৰিছিল ।