সৌৰ বিকিৰণ, তাপৰ ভাৰাসাম্যতা আৰু উষ্ণতা | অধ্যায় ৯ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 9 Important Question and Answer Assamese Medium | HS 1st Year Geography Chapter 9 Shorts Important Question and Answer Notes and Suggestion |

সৌৰ বিকিৰণ, তাপৰ ভাৰসাম্যতা আৰু উষ্ণতা 

-অনুশীলন-

১। বিবিধ পচন্দৰ প্ৰশ্নবোৰঃ

(ক) ২১ জুনৰ দিনা দুপৰীয়া সূৰ্য লম্বমান হয় ঃ

১) বিষুবত      ২) ২৩.৫° দক্ষিণ অক্ষৰেখাত 

৩) ২৩.৫° উত্তৰ অক্ষৰেখাত  ৪) ৬৬.৫° উত্তৰ অক্ষৰেখাত 

উত্তৰঃ 

(খ) নিম্নলিখিত মহানগৰৰসমূহৰ, ভিতৰত কোনখনত দিনবোৰ দীঘল ? 

১) তিৰুৱনন্তপুৰম্  ২) চণ্ডীগড় 

৩) হায় দৰাবাদ  ৪) নাগপুৰ 

উত্তৰঃ

(গ) বায়ুমণ্ডল প্ৰধানকৈ তপত হয়,

১) হ্ৰস্ব তৰংগ সূৰ্য বিকিৰণৰ দ্বাৰা 

২) প্ৰতিফত সৌৰ বিকিৰণৰ দ্বাৰা 

৩) দীৰ্ঘ তৰংগৰ পাৰ্থিৱ বিকিৰণৰ দ্বাৰা 

উত্তৰঃ 

৪) সিঁচৰখিত স্তম্ভ দুটাৰ পৰা শুদ্ধ জোট বনোৱা ঃ 

১) আতপন 
২) এল্বিডো  

৩) সমোষ্ণ ৰেখা 
৪) বাৰ্ষিক পৰিসৰ
(ক) আটাইতকৈ গৰম আৰু চেঁচা মাহবোৰৰ মাজত গড় তাপমাত্ৰাৰ পাৰ্থক্য 
(খ) সমান তাপবিশিষ্ট ঠাইবোৰ লগ লগোৱা ৰেখা ।
(গ) পৃথিৱীলৈ অহা সৌৰ বিকিৰণ 
(ঘ) এটা পদাৰ্থৰ দ্বাৰা প্ৰতিফলিত হোৱা দৃশ্যমান পোহৰৰ শতাংশ

(ঙ) উত্তৰ গোলাৰ্দ্ধত উপক্ৰান্তীয় অঞ্চলত পৃথিৱীয়ে আটাইতকৈ বেছি উত্তাপ অনুভৱ কৰে, আনকি বিষুৱতকৈও বেছি হোৱাৰ মুখ্য কাৰণ হ’ল –

১) বিষুৱীয় অঞ্চলতকৈ, উপক্ৰান্তীয় অঞ্চলত ডাৱৰৰ আৱৰণ কমকৈ থাকে বাবে । 

২) বিষুবতকৈ, উপক্ৰান্তীয় অঞ্চলত গ্ৰীষ্ম কালত দীৰ্ঘদিন থাকে বাবে ।

৩) বিষুৱীয় অঞ্চলতকৈ, উপক্ৰান্তীয় অঞ্চলত এক বৰ্দ্ধিত ”সেউজ গৃহ প্ৰভাৱ” আছে বাবে ।

৪) বিষুবীয় অৱস্থানতকতৈ, উপক্ৰান্তীয় অঞ্চলবোৰ মহাসাগৰীয় অঞ্চল নিকটত অৱস্থিত বাবে । 

উত্তৰঃ

২) ৩০ টামান শব্দেৰে নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা –

(ক) পৃথিৱী গ্ৰহত, সময় আৰু ঠাই সপেক্ষে, কেনেদৰে অসমান তাপৰ বিতৰণে বতৰ আৰু জলবায়ুৰ তাৰতম্য কৰে বৰ্ণনা কৰা । 

উত্তৰঃ

(খ) পৃথিৱীপৃষ্ঠত উত্তাপৰ বিতৰণ নিয়ন্ত্ৰণ কৰা কাৰকবোৰ কি কি ? 

উত্তৰঃ

(গ) ভাৰতবৰ্ষত কেৱল মে’ মাহতহে দিনৰ ভাগত উত্তাপ আধিক হয় আনহাতে কৰ্কট সংক্ৰান্তিৰ পিছত কিয় নহয় ? 

উত্তৰঃ

(ঘ) বাৰ্ষিক উত্তাপৰ পৰিসৰ, চাইবেৰিয়াৰ সমভূমিত কিয় বেছি হয় ?

উত্তৰঃ 

৩) নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ ১৫০ টামান শব্দেৰে লিখাঃ

(ক) অক্ষৰেখা আৰু পৃথিৱীয়ে নিজা অক্ষত হালি  আ পিক্ৰিয়াৰ প্ৰয়োগেৰে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি আছে ? 

উত্তৰঃ

(খ) পৃথিৱীৰ বায়ুমণ্ডলৰ পদ্ধতিটোৱে কি কি প্ৰক্ৰিয়াৰ প্ৰয়োগেৰে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰি আছে?

উত্তৰঃ

গ) ভূভাগৰ – উত্তৰ আৰু দক্ষিণ গোলাৰ্দ্ধত, জানুৱাৰী মাহৰ, গোলকীয় উত্তাপ বিতৰণৰ তুলনা কৰা ।

উত্তৰঃ