বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া | অধ্যায় ১০ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 10 Important Question and Answer Solution | HS 1st Year Geography

বায়ু পৰিচলন আৰু বতৰৰ ক্ৰিয়া-প্ৰক্ৰিয়া 

অনুশীলন- 

১. বিবিধ পচন্দৰ প্ৰশ্নবোৰ (Multiple choice questions) 

(ক) যদি ভূ-পৃষ্ঠত বায়ুৰ চাপ ১,০০০  মিলিবাৰ হয়, তেতিয়া ভূ-পৃষ্ঠৰ পৰা ১ কিঃমিঃ উচ্চতাত বায়ুৰ চাপ হ’ব ঃ 

(১) ৭০০ মিলিবাৰ  (২) ১,১০০ মিলিবাৰ 

(৩) ৯০০ মিলিবাৰ  (৪) ১,৩০০ মিলিবাৰ 

উত্তৰঃ

(খ) আন্তঃক্ৰান্তীয় অভিসাৰী মণ্ডলটো সৃষ্টিঃ

(১) বিষুৱৰ ওচৰত  (২) মকৰ ক্ৰান্তীৰ ওচৰত 

(৩) কৰ্কট ক্ৰান্তীৰ ওচৰত  (৪) মকৰ ক্ৰান্তীৰ ওচৰত 

উত্তৰঃ  

(গ) উত্তৰ গোলাৰ্দ্ধত এটা নিম্ন চাপ কেন্দ্ৰৰ চৌদিশে বতাহৰ গতি হয়ঃ (১) ঘড়ীৰ কাটাৰ  দিশত   (২) সমচাপ ৰেখা লম্ব দিখত 

(৩) ঘড়ী কাটাৰ বিপৰীত দিশত  (৪) সমচাপ ৰেখাৰ সমান্তৰালভাৱে 

উত্তৰঃ  

(ঘ) বায়ুপুঞ্জ গঠনৰ বাবে তলৰ কোনটো অঞ্চলক উৎস  বুলি গণ্য কৰিব পাৰি ? 

(১) বিষুৱীয় অৰণ্য অঞ্চল  (২) হিমালয় পৰ্বতমালা 

(৩) চাইবেৰিয়াৰ সমভূমি অঞ্চল  (৪) দাক্ষিণাত্য মালভুমি অঞ্চল 

উত্তৰঃ

২. তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা (প্ৰতিটো প্ৰশ্নৰ উত্তৰ ৩০ টা শব্দৰ ভিতৰত হ’ব লাগে)

(ক) চাপ জুখিৱলৈ কি একক ব্যৱহাৰ কৰা হয় ? বতৰৰ মানচিত্ৰ প্ৰস্তুত  কৰোতে কোনো ঠাইৰ চাপ সাগৰ পৃষ্ঠ সাপেক্ষে জোখা হয় কিয় ? 

উত্তৰঃ

(খ) যেতিয়া উত্তৰ গোলাৰ্দ্ধত চাপৰ ঢাল উত্তৰৰ পৰা দক্ষিণলৈ অৰ্থাৎ উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা বিষুৱীয় অঞ্চললৈ থাকে, তেতিয়া বায়ু ক্ৰান্তীয় অঞ্চলত উত্তৰ-পূৱ বতাহ হৈ বলে কিয় ? 

উত্তৰঃ

(গ) ভূ-কেন্দ্ৰীয় বতাহ কি ? 

উত্তৰঃ

(ঘ) স্থলবতাহ আৰু জলবতাৰ বাখ্যা কৰা । 

উত্তৰঃ

৩. তলৰ প্ৰশ্নবিলাক প্ৰত্যেকৰে উত্তৰ ১৫০ টা শব্দৰ ভিতৰত দিয়া ঃ

(ক) বতাহৰ গতি আৰু দিশ নিৰ্ণয়কাৰী কাৰকবোৰ আলোচনা কৰা । 

উত্তৰঃ

(খ) পৃথিৱীৰ বায়ুসঞ্চালন দেখুৱাই এটা চিত্ৰ আঁকা । উপক্ৰান্তীয় উচ্চ চাপ কেন্দ্ৰ ৩০° উঃ অক্ষাংশৰ মাজত গঠন হোৱাৰ সম্ভাব্য কাৰণবোৰ কি কি ? 

উত্তৰঃ

(গ) ক্ৰান্তীয় ঘূৰ্ণীবতাহ সমূদ্ৰপৃষ্ঠত কিয় উৎপত্তি হয় ? ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ কোন অংশত ধাৰাষাৰে বৰষুণ হয় আৰু বেগী বহতা ব’বলৈ ধৰে আৰু কিয় ? 

উত্তৰঃ