আকবৰৰ তিনিজন সফল উত্তৰাধিকাৰী কোন আছিল ?

উত্তৰঃ- আকবৰৰ তিনিজন সফল উত্তৰাধিকাৰী আছিল- জাহাংগীৰ, ছাহজাহান আৰু ঔৰাংগজেৱ ।