AJB Class 6 Social Science Chapter 12 Answer অসমৰ স্থানীয় স্বায়ত্ব শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহ

পাঠ ১২

অসমৰ স্থানীয় স্বায়ত্ব শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহ

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) আমাৰ দেশৰ শাসন ব্যৱস্থাত কেইখন চৰকাৰ থকাৰ ব্যৱস্থা আছে?

উত্তৰঃ

(খ) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ

(গ) কোনখন আইন অনুসৰি অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তৰসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়?

উত্তৰঃ

(ঘ) নগৰ সমিতি এখনৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰাঃ

(ক) __ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ মাজৰ পৰ্য্যায়ৰ অনুষ্ঠান।

(খ) জিলা পৰিষদৰ সমষ্টি একোটাত _হাজাৰতকৈ কম জনসংখ্যা থাকিব নােৱাৰিব।

(গ) অসমৰ নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো প্ৰধানকৈ __ টা ভাগত ভাগ কৰা হৈছে।

(ঘ) কোনাে এখন নগৰৰ জনসংখ্যা ১০ হাজাৰতকৈ অধিক হলে তাত __ এখন গঠন কৰা হয়।

(ঙ) পৌৰ নিগম গঠন কৰিবলৈ কোনাে এখন নগৰৰ জনসংখ্যা _ তকৈ অধিক হ’ব লাগিব।

৩। যথাযথ উত্তৰ দিয়া।

(ক) জিলা পৰিষদ এখনৰ কাম-কাজ সম্পাদন কৰিবলৈ প্রয়ােজন হােৱা টকা-পইচা কি কি উৎসৰ পৰা সংগ্রহ কৰে?

উত্তৰঃ

(খ) গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা।

উত্তৰঃ

(গ) নগৰ অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা।

উত্তৰঃ

(ঘ) পৌৰসভাৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ

(ঙ) কোন তিনি ধৰণৰ সদস্যক লৈ আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় লিখা।

উত্তৰঃ

৪। আঞ্চলিক পঞ্চায়তৰ যি কোনাে চাৰিটা কাৰ্য্য লিখা।

উত্তৰঃ

৫। জিলা পৰিষদৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ

৬। অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্রশাসন অনুষ্ঠানসমূহৰ কাৰ্য্যাৱলী উল্লেখ কৰা।

উত্তৰঃ

৭। অসমৰ গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ মাজৰ পৰ্য্যায়ৰ অনুষ্ঠানটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ