অষ্টম দিনৰ পুৱাবেলাৰ যুদ্ধত ভীমে ধৃতৰাষ্ট্ৰৰ কেইজন পুত্ৰ বধ কৰিছিল?

উত্তৰঃ অষ্টম দিনৰ পুৱাবেলাৰ যুদ্ধত ভীমে ধৃতৰাষ্ট্ৰৰ আঠজন পুত্ৰ বধ কৰিছিল।