AJB Class 6 Science Chapter 14 Answer বিদ্যুৎ

প্ৰশ্নাৱলী

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i ) তলৰ কোনবিধ আহিলাই বিদ্যুৎ যােগান ধৰিব পাৰে?

a. বৈদ্যুতিক কোষ

b. বাল্ব

c. তামৰ তাৰ

d. ইস্ত্রি

উত্তৰঃ

ii ) বর্তনী এটা মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয়?

a. বেটাৰি

b. চুইচ

c. বাল্ব

d. প্লাগ

উত্তৰঃ

iii ) বা এটাৰ ভিতৰত উজ্বলি উঠি পােহৰ বিলােৱা তাৰডাল হ’ল—

a. প্লাগ

b. ছুইচ

c. ফিলামেণ্ট

d. উপৰৰ এটাও নহয়

উত্তৰঃ

iv ) তলৰ কোনবিধ পদার্থ বিদ্যুতৰ পৰিবাহী নহয়?

a. তাম

b. ৰূপ

c. গ্ৰেফাইট

d. প্লাষ্টিক

উত্তৰঃ

v ) তলৰ কোন কোন ক্ষেত্ৰত বর্তনীৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত হ’ব?

উত্তৰঃ

  1. চমু উত্তৰ দিয়া।

i ) বিদ্যুৎপ্রবাহ কোনটো মেৰুৰ পৰা কোনটো মেৰুলৈ প্রবাহিত হয়?

উত্তৰঃ

ii ) খােলা বর্তনী কাক বােলে?

উত্তৰঃ

iii ) টর্চ লাইট এটাত কি ধৰণৰ ছুইচ ব্যৱহাৰ কৰা হয়?

উত্তৰঃ

iv ) বৈদ্যুতিক বর্তনী কি?

উত্তৰঃ

v ) বন্ধ বর্তনী কাক বােলে?

উত্তৰঃ

vi ) বর্তনী এটাত বৈদ্যুতিক কোষৰ কাম কি?

উত্তৰঃ

vii ) বর্তনী এটাত ছুইচৰ কাম কি?

উত্তৰঃ
viii ) বিদ্যুৎ ব্যৱহাৰ হােৱা দুবিধ আহিলাৰ নাম লিখা।

উত্তৰঃ

ix ) দেৱালঘড়ী এটাই বিদ্যুৎ ক’ৰ পৰা পায়?

উত্তৰঃ

x ) বৈদ্যুতিক কোষ এটাৰ মেৰু দুটাৰ নাম কি?

উত্তৰঃ

  1. উত্তৰ দিয়া।

i ) বৈদ্যুতিক কোষ এটাত বিদ্যুৎ কেনেদৰে উৎপন্ন হয়?

উত্তৰঃ

ii ) বহুদিন ব্যৱহাৰ কৰাৰ পিছত বৈদ্যুতিক কোষ এটাই বিদ্যুৎ যােগান ধৰিব নােৱৰা হয় কিয়?

উত্তৰঃ

iii ) বাল্ব এটাই কিদৰে পােহৰ বিলায়?

উত্তৰঃ

iv ) এটা বাল্ব, এটা বৈদ্যুতিক কোষ আৰু এটা ছুইচ থকা এটা বৈদ্যুতিক বর্তনীৰ চিত্ৰ আকা।

উত্তৰঃ

v ) এটা বন্ধ বর্তনী আৰু এটা খােলা বর্তনীৰ চিত্ৰ আকা।

উত্তৰঃ

vi ) বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদার্থ কাক বােলে? প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ

vii ) আমি বৈদ্যুতিক আঘাতৰ পৰা কিদৰে ৰক্ষা পৰোঁ?

উত্তৰঃ

viii ) এটা টৰ্চৰ চিত্ৰ আকা।

উত্তৰঃ

ix ) টৰ্চৰ বাল্ব এটাৰ চিত্ৰ আকা আৰু অংশবোৰ চিহ্নিত কৰা ।

উত্তৰঃ

x ) বৈদ্যুতিক ছুইচ এটাই কেনেদৰে কাম কৰে?

উত্তৰঃ

xi ) বৈদ্যুতিক তাঁৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় কিয়?

উত্তৰঃ