জয়দ্ৰথৰ মূৰটো কোলাত পৰাৰ সময়ত তেওঁৰ পিতৃ-বৃদ্ধাক্ষেত্ৰই কি কৰি আছিল?

উত্তৰঃ জয়দ্ৰথৰ কটা মূৰটো কোলাত পৰাৰ সময়ত বৃদ্ধাক্ষেত্ৰই তেওঁৰ আশ্ৰমৰ মুকলি ঠাইত বহি ইশ্বৰ চিন্তা কৰি বহি আছিল।