অনুশীলনীঃ-
১। পাঠটিত উল্লেখ থকা মজাৰ ঘটনাটো তোমাৰ কথাৰে বৰ্ণনা কৰাঁ ।
উত্তৰঃ- এদিন শংকৰদেৱ ৰাজসভাৰপৰা সোনকালে আহিছিল কিন্তু ঘৰত সোমোৱাৰ আগতে তেওঁ চিলাৰায়ৰ ওচৰলৈ গৈছিল। তেওঁ জানিব বিচাৰিছিল যে নৰনাৰায়ণ কিয় চিন্তিত হৈছে। তেতিয়া চিলাৰায়ে শংকৰদেৱক কৈছিল যে দেশলৈ দুটা মাল যুঁজাৰু আহিছে আৰু সেই মালকেইটাই নৰনাৰায়ণৰ লগত যুদ্ধ কৰিব বিচাৰিছে। ৰজাই তেওঁলোকক কৈছে যে “আজি থাক্, কাইলৈ যুঁজাৰু দিম”। কিন্তু তাতকৈ ডাঙৰ কথা ৰজাৰ মালকেইটাই বিদেশী মালকেইটাক দেখিয়ে ভয় খাইছে আৰু সিফালে যুদ্ধ বিচৰা মালকেইটাকো ৰজাৰঘৰৰপৰা ভৰণ-পোষণ দিবলগীয়া হৈছে।
Type Sumit Patar.
Author By- Himadree Bora
Post ID : DABP006670
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post