AJB Class 6 Mahapurush Shankardev Chapter 18 Answer

অনুশীলনীঃ-

১।মাধৱদেৱৰ গাত কি কি গুণ দেখি শংকৰদেৱে তেওঁক উত্তৰাধিকাৰী পাতিছিল আলোচনা কৰাঁ ।

উত্তৰঃ- মাধৱদেৱৰ গাত বহুমুখী প্ৰতিভাৰ উমান বহুবাৰ, বহু কথা-কামৰ জৰিয়তে তেওঁক উত্তৰাধিকাৰী পাতিছিল। তেওঁ জানিছিল যে সুৰুচিবোধেৰে সামাজিক পৰিৱেশ উন্নত কৰিব পৰা যোগ্য়তা কেৱল মাধৱদেৱৰ আছে।

২। নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত গুৰু মানি শৰণাপন্ন হ’ব খোজোঁতে শংকৰদেৱে কি যুক্তি দৰ্শাই ৰজাক নিবাৰণ কৰিব খুজিছিল ?

উত্তৰঃ- নৰনাৰায়ণে শংকৰদেৱৰ ওচৰত গুৰু মানি শৰাণাপন্ন হ’ব খোজোঁতে শংকৰদেৱে ৰজাক বুজাইছিল যে ৰজাই দেৱ-দেৱী, ভূত-প্ৰেত, যখ-যখিনি আদি পূজা কৰিব লাগে। ৰাজনীতিত হিংসা-ধৰ্ম এৰিব নোৱাৰি। যুদ্ধ-বিগ্ৰহ, কটা-মৰা আছেই। গতিকে শংকৰদেৱে প্ৰৱৰ্তিত ধৰ্ম ৰজাই ল’ব নোৱাৰিব। এই কথাৰ বাবে ৰজাই যেন শংকৰদেৱক ক্ষমা কৰে।

৩। শংকৰদেৱৰ মহাপ্ৰয়াণৰ সময়খিনি তোমাৰ কথাৰে বৰ্ণনা কৰাঁ ।

উত্তৰঃ-

Type Sumit Patar.

Author By- Himadree Bora

Post ID : DABP006676