SCERT Class 6 Assamese Chapter 8 Answer | বেবেৰিবাং

২। উত্তৰ দিয়া।

(ক) কেনেকুৱা কথাই চুচুক-চামাককৈ ৰৈ আছিল?

উত্তৰঃ ফুচুক-ফাচাক কথাই।

(খ) কাৰ পেটত কথাটো কথমপি ৰৈ আছিল?

উত্তৰঃ জুপুক-জাপাক বুঢ়াৰ পেটত।

(গ) পোলোক-পালাক চকুৰে চাই কোন আহিছিল?

উত্তৰঃ মোলোক দেওঁ আহিছিল।

(ঘ) কথাৰ মেল কিমান পৰ বহিছিল?

উত্তৰঃ ৩ পৰ মান বহিছিল।

৫। উত্তৰ দিয়া-

(ক) ভাত উতলাদি ভুতুক-ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱৰা হৈ আছিল?

উত্তৰঃ ফুচুক-ফাচাক কথা।

(খ) মোলোক দেওঁ কেনেকৈ যাবলৈ ওলাল?

উত্তৰঃ খৰম খটক-খাটাক কৰি যাবলৈ ওলাল।

(গ) মোলোক দেউৱে কেনেদৰে বাট বুলিছিল?

উত্তৰঃ মুচুক-মাচাক হাঁহি মাৰি।

৬। বিশেষ্য পদবোৰ বিষেশণ পদলৈ নিয়া।

উত্তৰঃ
বন – বনুৱা।
ৰণ – ৰণুৱা।
ঘৰ – ঘৰুৱা।
সাৰ -সাৰুৱা।
পলস – পলসুৱা।
বজাৰ – বজাৰুৱা।

১০। শব্দৰ লগত অৰ্থ মিলোৱা।

আটা – ঘেঁহুৰ গুড়ি।
আতা – পিতাকৰ পিতাক।
কাণ – শুনা ইন্দ্ৰিয়।
কান – কান্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *