AJB Class 3 Science Chapter 1 Answer পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা

Chapter 1

পদাৰ্থ আৰু পদাৰ্থৰ অৱস্থা

☐ প্ৰশ্নাৱলী

১丨 পদাৰ্থ বা বস্তু কাক বোলে ?

উত্তৰঃ

২丨 পদাৰ্থৰ আয়তন কাক বোলে ?

উত্তৰঃ

৩丨 প্ৰাকৃতিক বস্তু কি ?

উত্তৰঃ

৪丨 পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি ?

উত্তৰঃ

৫丨 (ক) কঠিন অৱস্থাত থকা পদাৰ্থ কাক বোলে ?

উত্তৰ ঃ

(খ) জুলীয়া অবস্থাত থকা পদাৰ্থ কাক বোলে ?
উত্তৰঃ

(গ) গেছীয় অৱস্থাত থকা পদাৰ্থ কাক বোলে ?

উত্তৰঃ

৬丨

(ক) কঠিন আৰু জুলীয়া অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ

(খ) জুলীয়া আৰু গেছীয় অৱস্থাত থকা পদাৰ্থৰ মাজত পাৰ্থক্য কি ?

উত্তৰঃ

৭丨 নিৰ্দিষ্ট আকৃতি নথাকা কেইবিধমান পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ

৮丨 (ক) পানী কেতিয়া বৰফ হয় আৰু বৰফ কেতিয়া পানী হয় ?

উত্তৰঃ

(খ) পানী কেতিয়া ভাপ হয় আৰু ভাপ কেতিয়া পানী হয় ?

উত্তৰঃ

৯丨 শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :

এটা উদাহৰণ : ৰবৰটুকুৰা এবিধ কঠিন বস্তু হয়/নহয় ।

উত্তৰঃ

(ক) প্ৰাকৃতিক বস্তু নোহোৱাকৈ মানুহে আন বস্তু সাজিব পাৰে /নোৱাৰে ।

উত্তৰঃ

(খ) পানীৰ ভাপে ঠাই আগুৰে/নাগুৰে ।

উত্তৰঃ

(গ) ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে /নাই ।

উত্তৰঃ

(ঘ) এটা বস্তু আয়তন একে ৰাখি আকৃতি বেলেগ বেলেগ কৰিব পাৰি/নোৱাৰি ।

উত্তৰঃ

(ঙ) কঠিন অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে/নাই ।

উত্তৰঃ

Type by : Pompi Hazarika