ফলদায়ক শিক্ষাদান (Teaching Effectiveness) | Chapter 5 | Gauhati University BA 4th Semester ফলদায়ক শিক্ষাদান (Teaching Effectiveness) Question and Answer Solution Assamese Medium | GU TDC 4th Sem ফলদায়ক শিক্ষাদান (Teaching Effectiveness) Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 4th Semester ফলদায়ক শিক্ষাদান (Teaching Effectiveness) Important Question and Answer Solution Assamese Medium | GU TDC 4th Semester ফলদায়ক শিক্ষাদান (Teaching Effectiveness) Question Paper Free Download PDF |

ফলদায়ক শিক্ষাদান

(Teaching Effectiveness)

প্ৰশ্নাৱলী

১। শিক্ষাদানৰ ফলপ্রসূতা কি? শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষকে কিদৰে শিক্ষাৰ্থীক অভিৰোচিত কৰিব।  

What is Effective Teaching? How Teacher motivate the learner at the time of teaching?  

২। ফলপ্ৰসূ শিক্ষাদানৰ বিষয়ে এটা টোকা লিখা। 

Write a note on Effective Teaching.  

৩। ফলদায়ক শিক্ষাদানৰ বাবে কেনেধৰণৰ পদ্ধতি আৰু কৌশলৰ প্ৰয়োজন হয় ব্যাখ্যা কৰা। 

What type of method and strategies need for effective Teaching. 

৪। চমুকৈ লিখা (Write briefly)  

(ক) ফলপ্রসূ শিক্ষাদান।  

Effective teaching. 

(খ) শ্রেণীকোঠাৰ ধাৰণা  

Concept of classroom.  

৫। যিকোনো এটাৰ বিষয়ে লিখা  

Write any one of the following  

(ক) ফলদায়ক শিক্ষাদানৰ বাবে পদ্ধতি আৰু কৌশল। 

Methods and strategy for effective teaching.  

(খ) শিক্ষকে কিদৰে শিক্ষাৰ্থীক অভিৰোচিত কৰিব। 

How Teacher Motivate Learner.  

(গ) ব্যাখ্যাকৰণৰ কৌশল আৰু ফলপ্রসূ শিক্ষাদান। Skill of Explanation and effective Teaching.  

৬। শিক্ষাদানৰ ফলপ্রসূতা কি? শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া বিষয়কেইটা উল্লেখ কৰা।  

Define effective Teaching? Write about the Important aspects  of Teaching. 

৭। শ্ৰেণীকোঠাৰ ধাৰণা সম্বন্ধে এটা টোকা লিখা?  

Write a note on the ‘Concept of Classroom’?  

৮। শ্ৰেণীকোঠা পৰিচালনাৰ উদ্দেশ্যবোৰ কি কি? ফলপ্রসূ শ্ৰেণীকোঠাৰ  বৈশিষ্ট্যখিনি লিখা। 

What are the objectives of classroom management? Write about the characteristics of effective classroom.  

৯। শ্ৰেণীকোঠা এটা তুমি কেনেকৈ পৰিচালনা কৰিবা ? সময় পৰিচালনাৰ চমু আভাষ দিয়া।  

How you manage classroom? Give a brief idea on Time management. 

১০। যিকোনো এটাৰ বিষয়ে লিখা  

Write any one of the following  

(ক) শ্রেণীকক্ষৰ যোগাযোগ ব্যবস্থা। 

Classroom Communication.  

(খ) শ্রেণীকক্ষত ফলপ্রসূ যোগাযোগৰ প্ৰতিবন্ধকতাসমূহ। 

Barriers to effective communication in the classroom.  

১১। শ্রেণীকক্ষত যোগাযোগৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা প্ৰতিবন্ধকতাসমূহৰ আভাষ দিয়া।  

Give a brief statement about the As-usual barriers of classroom Communication.  

১২। শ্রেণীকক্ষত কিদৰে যোগাযোগ সফল কৰিব পাৰি? বৰ্ণনা কৰা। 

Explain, How classroom Communication make effective?  

১৩। যিকোনো দুটাৰ বিষয়ে লিখা  

Write any two of the following  

(ক) যোগাযোগৰ সফলতা আৰু উৎস হিচাপে শিক্ষক। 

Effective communication and Teacher as a source.  

(খ) যোগাযোগৰ সফলতা আৰু যোগাযোগৰ বিষয়বস্তু। 

Effective Communication and subject matter of Communication.  

(গ) শ্রেণীত যোগাযোগৰ সফলতা আৰু মাধ্যম। 

Classroom Communication and medium. 

(ঘ) যোগাযোগৰ সফলতা আৰু শিক্ষার্থী। 

Effectiveness of Communication and learner.

১৪। শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ কৌশলসমূহ কি কি? শ্ৰেণীকোঠা ব্যৱস্থাপনাৰ ক্ষেত্ৰত তুমি কেণেধৰণৰ পৰামৰ্শ আগবঢ়াবা।

What are the strategies for classroom management? Give Your suggestions for classroom management.

Type Himanku Bora