Assam Higher Secondary Education Council Text Book Solutions
আমাৰ এই website Daily Assam (DA)ত উচ্চতৰ মাধ্য়মিক দ্বিতীয় বৰ্ষৰ গণিত বিষয়ৰ প্ৰতিটো অধ্য়ায়ৰ প্ৰতিটো অংক সহজ আৰু সৰলভাৱে সম্পূৰ্ণকৈ সমাধান কৰি দিয়া হৈছে। অংকসমূহ সমাধান কৰোতে এই কথা বিশেষভাৱে মনত ৰখা হৈছে যাতে সেইবোৰ সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বোধগম্য় হয়।
ছাত্ৰ-ছাত্ৰীৰ গণিত বিষয়ৰ আধাৰ সৰলভাৱে গঢ় লোৱাত আমাৰ এই website Daily Assam (DA) সহায়ক হোৱাৰ আশাৰে প্ৰয়োজন অনুসৰি সংযোজিত চিত্ৰসমূহ সম্পূৰ্ণ শুদ্ধ আৰু পৰিষ্কাৰকৈ দিয়াৰ বাবে যত্ন কৰা হৈছে। আমাৰ এই website Daily Assam (DA)ত প্ৰথম বাৰৰ বাবে গণিত বিষয় প্ৰকাশ কৰাৰ হেতুকে দুই এঠাইত কিছু ভুল হৈ যোৱাৰ সম্ভাৱনা আছে।
অধ্যায়ঃ 2 প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন
অধ্যায়ঃ 3 মৌলকক্ষ
অধ্যায়ঃ 4 নিৰ্ণায়ক
অধ্যায়ঃ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয়তা
অধ্যায়ঃ 6 অৱকলজৰ প্ৰয়োগ
অধ্যায়ঃ 7 অনুকল
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post