সমকালীন ভাৰতীয় দৰ্শন | B.A Guahati University Philosophy 4th Semester (Major) | অধ্যায়- ৩ | মহাত্মা গান্ধী (Mahatma Gandhi) Question and Answer

মহাত্মা গান্ধী 

অধ্যায়- ৩

প্ৰশ্নাৱলী 

Answer the following question:

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

1. When and where Mahatma Gandhi was born? (G.U. 2014)

গান্ধীজীয়ে কেতিয়া আৰু ক’ত জন্মগ্ৰহণ কৰিছিল?

2. Name any two works of Gandhi. 

গান্ধীৰ যিকোনো দুখন গ্ৰন্থৰ নাম লিখা।

3. What is the title of Gandhi’s autobiography?

গান্ধীৰ আত্ম-জীৱনীখনৰ নাম কি?

4. Mention the name of one book written by Mahatma Gandhi. (G.U. 2014, 2015, 2017)

মহাত্মা গান্ধীয়ে লিখা এখন কিতাপৰ নাম উল্লেখ কৰা।

5. What was the real name of Mahatma Gandhi? (G.U. 2014, 2017)

মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল? 

6. Who gave the name of ‘Mahatma’ to Gandhi? (G.U. 2014, 2017) 

গান্ধীক ‘মহাত্মা’ নামটো কোনে দিছিল?

7. Mahatma Gandhi can be said to be a practical Idealist? Is it true? (G.U. 20104)

মহাত্মা গান্ধীক এজন প্ৰায়োগিক ভাববাদী বুলিও ক’ব পাৰা যায়। এইটো সত্য নে?

8. By Harijan what does Gandhi mean? (G.U 2015) 

হৰিজনৰ দ্বাৰা গান্ধীয়ে কি বুজাইছে? 

9. Who was the author of Hind Swaraj? (G.U 2016) 

‘Hind Swaraj’ ৰ লেখক কোন? 

10. When did Jallianwala Bagh Massacre take place? (G.U 2016)

জালিৱানৱালা বাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? 

11. Who was the author of ‘Unto This Last’? (G.U2016) 

‘Unto This Last’ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? 

12. When did Non – cooperation Movement start? (G.U 2016) 

অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 

13. Who was the author of the book, ‘Kingdom of God is Within You’? (GU 2016) 

‘Kingdom of God is Within You’ গ্ৰন্থখনৰ লেখক কোন? 

14. When did ‘ Quit India ‘ Movement start? (G.U 2016) 

‘ভাৰত ত্যাগ’ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 

15. From where Gandhi started the Salt March? (G.U 2016)

লোন আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 

16. Why Gandhi is called ‘ the Father of the Nation’? 

গান্ধীক কিয় ‘জাতিৰ পিতা’ বা ‘বাপুজী’ বুলি কোৱা হয়? 

17. Name any two Indian religion by whom Gandhi was influenced? 

গান্ধীজী প্ৰভাৱিত হোৱা যিকোনো দুটা ভাৰতীয় ধৰ্মৰ নাম লিখা। 

18. Name the Jaina saint who influenced Mahatma Gandhi? 

গান্ধীক প্ৰভাৱিত কৰা জৈন সাধু গৰাকীৰ নাম লিখা। 

19. Name any two Indian thinkers by whome Gandhi was influenced. 

গান্ধীক প্ৰভাৱিত কৰা যিকোনো দুজন ভাৰতীয় চিন্তাবিদৰ নাম লিখা।

20. Who was the political mentor of Gandhi? 

গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? 

21. ‘My life is my messages. Who is the speaker of this statement? “মোৰ জীৱনেই মোৰ বাণী।” এই উক্তিটোৰ প্ৰৱক্তা কোন? 

22. ‘Ver Sukrat’ — Who was the author of it and for whom the author wrote this? ‘Ver Sukrat’— ইয়াৰ লেখক কোন আৰু কাৰ বাবে লিখকে এইটো লিখিছে? 

23. Who was called ‘The Prince of satyagrahis? ‘The Prince of satyagrahis’ বুলি কাক কোৱা হৈছিল? 

24. ‘Three moderns have left a deep impress on my life, and captivated me. — Name the three thinkers who impressed Gandhi. ‘আধুনিক জগতৰ তিনিজন চিন্তাবিদে মোৰ জীৱনৰ ওপৰত গভীৰ ছাপ অঙ্কিত কৰিছে। ‘গান্ধীক প্ৰভাৱিত কৰা এই তিনিজন চিন্তাবিদৰ নাম লিখা।

25. Who was the author of ‘The Gospels in brief, What to do?” ‘The Gospels in brief, What to do?’ গ্ৰন্থখনৰ লেখক কোন? 

26. Who was the author of ‘On Civil Disobedience’? 

‘On Civil Disobedience’ ৰ লেখক কোন? 

27. Who was known as ‘ Uncrowned King of Bombay’? ‘মুকুটহীন সম্রাট’ বুলি কাক জনা যায়? 

28. When the ‘Rowlatt Bill’ passed? 

ৰোলেট বিল কেতিয়া গৃহীত হৈছিল? 

29. Who for the first time teached Gandhi about ‘Ahimsa’? 

গান্ধীক পোন প্রথমে কোনে ‘অহিংসা’ৰ শিক্ষা দিছিল? 

30. Who was the author ‘ Unto This Last A Paraphrase’? 

‘Unto This Last : A Paraphrase’ ৰ লেখক কোন আছিল? 

31. Who was the author of ‘Gita Mata’? 

‘Gita Mata’ ৰ গ্ৰন্থকাৰ কোন আছিল? 

32. Who was the author of ‘Satyagraha in South Africa’? 

‘Satyagraha in South Africa’ ৰ গ্ৰন্থকাৰ কোন আছিল? 

33. Mahatma Gandhi can be said to be a practical Idealist? Is it true? (G.U 2014) 

মহাত্মা গান্ধীক প্রায়োগিক ভাববাদী বুলি ক’ব পৰা যায়। এইটো সঁচা নে?

34. For Gandhi’ God is Truth . Is it true? (G.U 2014) 

গান্ধীৰ মতে, ‘ঈশ্বৰেই সত্য’। এইটো সঁচা নে? 

35. What is the etymological meaning of the term” Truth’? 

‘সত্য’ৰ ব্যুৎপত্তিগত অর্থ কি? 

36. I don’t care for _______  if he anything but _____ (fill iin the blank) 

তেওঁ যদি _____ নহয়, তেনেহ’লে সেই ______ মই গুৰুত্ব নিদিওঁ। (খালী ঠাই পূৰণ কৰা) 

37. For Gandhi untouchability is the greatest blot on Hinduism. (Write True or False) (GU 2015) 

গান্ধীৰ মতে, অস্পৃশ্যতা হিন্দুধৰ্মৰ ডাঙৰ কলঙ্ক। (সঁচা নে মিছা লিখা) 

38. For Gandhi Truth and Non – violence are as old as the hills. (Write True or False) (G.U 2015) 

গান্ধীৰ মতে, সত্য আৰু অহিংসা পাহাৰৰ দৰে প্ৰাচীন। (সঁচা নে মিছা লিখা) 

39. For Gandhi, “Truth is God’. Is it true? (G.U 2015) 

গান্ধীৰ মতে, ‘সত্যই ঈশ্বৰ’। এইটো সঁচা নে? 

40. Was Gandhi a monist? 

গান্ধী এজন অদ্বৈতবাদী আছিল নে? 

41. Is the world unreal , according to Gandhi? 

গান্ধীৰ মতে, জগতখন মিছা বা মায়া নে? 

42. Was Gandhi theist? 

গান্ধী এজন ঈশ্বৰবাদী বা আস্তিক নে? 

43. Which religious text did Gandhi regard as his’ mentor”/ “teacher’? 

কোনখন ধর্মীয় গ্রন্থক গান্ধীয়ে তেওঁৰ ‘গুৰু’ হিচাপে গণ্য কৰিছিল? 

44. “I do not care for God if He is anything but Trut” 

“ঈশ্বৰ যদি সত্য নহয়, তেনেহ’লে সেই ঈশ্বৰক মই গুৰুত্ব নিদিওঁ। ” কোনে কৈছিল? 

45. Was Gandhi a believer of Universal religion? 

গান্ধী সার্বজনীন ধৰ্মত বিশ্বাস কৰে নে? 

46. Was Gandhi a follower of Vaishnava religion? 

গান্ধীৰ এজন বৈষ্ণৱ ধৰ্মালম্বী লোক আছিল নে? 

47. For Gandhi casteism is the blot on Hinduism. Is it true? 

গান্ধীৰ মতে, সমাজত প্ৰচলিত জাতিভেদ প্রথা হিন্দু ধৰ্মৰ কাৰণে এটা কলঙ্ক। এইটো সত্য নে? 

48. For Gandhi tolerance is the greatest quality of Hinduism. Is it true? 

গান্ধীৰ মতে, সহিষ্ণুতা হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ গুণ। এইটো সঁচা নে? 

49. For Gandhi ‘Prayer is the very soul and essence of religion. ‘Is it true? 

গান্ধীৰ মতে, ‘প্ৰাৰ্থনা হৈছে ধৰ্মৰ আত্মা বা সাৰতত্ত্ব স্বৰূপ। ‘এইটো সত্য নে? 

50. Mahatma Gandhi can be said to be a practical Idealist? Is it true? (GU 2014) 

মহাত্মা গান্ধীক প্রায়োগিক ভাববাদী বুলি ক’ব পৰা যায়। এইটো সত্য নে? 

51. What is the meaning of Sarvodaya according to Gandhi? (GU 2014)

গান্ধীৰ মতে, সৰ্বোদয়ৰ অৰ্থ কি?

52. For Gandhi truth and Non-violence are as old as the hills. (Write True or False) (GU 2015)

গান্ধীৰ মতে, সত্যআৰু অহিংসা পাহৰৰ দৰে প্ৰাচীন। (সঁচা নে মিছা)

53. For Gandhi end and means are same. (Write True or False) (GU 2015)

গান্ধীৰ মতে, লক্ষ্য আৰু উপায় অভিন্ন। (সঁচা নে মিছা)

54. What is the meaning of Satyagraha according to Gandhi? (GU 2015, 20217)

55. State one characteristic of non-violence.

অহিংসাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

56. State one characteristic of styagraha? (GU 2017)

57. Can Ahimsa be practised universally? (GU 2017)

অহিংসাৰ সাৰ্বজনীনভাৱে প্ৰয়োগ কৰিব পাৰিনে?

58. What is the literal meaning of ‘Ahimsa’?

অহিংসাৰ আক্ষৰিক অৰ্থ কি?

59. What is the positive meaning of ahimsa?

অহিংসাৰ সদৰ্থক অৰ্থ কি?

60. What is the negative meaning of ahimsa?

অহিংসাৰ নঞৰ্থক অৰ্থ কি?

61. What is the literal meaning of Satyagraha?

সত্যাগ্ৰহৰ আক্ষৰিক অৰ্থ কি?

62. What is the etymological meaning of Sarvodaya?

সৰ্বোদয়ৰ ব্যুৎপত্তিগত অৰ্থ কি?

63. State one characteristic of Sarvodaya.   

সৰ্বোদয় আদৰ্শৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

 64. State one quality of Satyagrahi.   

সত্যাগ্রহৰ এটা গুণ উল্লেখ কৰা। 

65. ‘ _____ is the end and _____ is the means. (fill in the blank) 

_____ হ’ল লক্ষ্য আৰু ____ হ’ল উপায় বা পথ।’ (খালী ঠাই পূৰণ

কৰা) 

66. When did Non – cooperation Movement statrt? (GU 2016)

অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

67. ‘I have nothing new to teach the world. ‘Who said? What did he want to say by this statement? 

‘জগতক শিকাবলৈ মোৰ নতুন একো নাই ৷’ কোনে কৈছে? ইয়াৰ

দ্বাৰা তেওঁ কি ক’ব বিচাৰিছে?

68. What is the technique of ahimsa? 

অহিংসাৰ কৌশলটো কি?

69. What is self force or truth force? 

আত্মা শক্তি বা সত্য – শক্তি কি? 

70. Give any tow types of satyagraha? 

সত্যাগ্ৰহৰ যিকোনো দুটা প্ৰকাৰ উল্লেখ কৰা ৷

71. “I have nothing to teach the world. ______ and ______ are as old as the hills.” (fill” in the blank) 

“জগতক মোৰ নতুনকৈ শিকাবলৈ একো নাই। ____ আৰু

 ____  পাহাৰৰ দৰে প্ৰাচীন (খালী ঠাই পূৰণ কৰা)

72. What is the etymological meaning of ‘ non – violence’? 

‘অহিংসা’ৰ ব্যুৎপত্তিগত অর্থ কি? 

73. What is the etymological meaning of the term ‘satyagraha ‘? 

‘সত্যাগ্রহ’ৰ ব্যুৎপত্তিগত অর্থ কি? 

74. When did Civil disobedience Movement statrt? 

আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

75. When did Direct Action Movement start? 

প্রত্যক্ষ ক্রিয়া আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

76. What is the literal meaning of ‘ swadeshi”? 

‘স্বদেশী’ৰ আক্ষৰিক অর্থ কি? 

77. Is swadeshi merely a economic concept? 

স্বদেশী কেৱলমাত্ৰ এটা অৰ্থনৈতিক ধাৰণা নে? 

78. Name the article in which Gandhi elaborated the concept swadeshi. 

স্বদেশীৰ ধাৰণাক ব্যাখ্যা কৰা গান্ধীৰ নিৱন্ধটোৰ নাম কি? 

79. Who is the author of ” The Swadeshi Movement. “? ‘The Swadeshi Movement.’ 

ৰ লেখক কোন? 

80. What are the branches of swadeshi? 

স্বদেশীৰ বিভাগ বা শাখাবোৰ কি কি? 

81. Are nationalism and internationalism antagonistic, according to Gandhi? 

গান্ধীৰ মতে, জাতীয়তাবাদ আৰু আন্তর্জাতিকতাবাদ পৰস্পৰ বিৰোধী নে? 

82. For Gandhi untouchability is the greatest blot on Hinduism 

(Write True or False) (2015)

গান্ধীৰ মতে, অস্পৃ্শ্যতা হিন্দু ধৰ্মৰ এটা ডাঙৰ কলঙ্ক। সঁচা নে মিছা 

লিখা।

83. What is the literal meaning of ‘Trusteeship’? 

ট্রাষ্টিশ্বিপ’ৰ আক্ষৰিক অর্থ কি? 

84. When did Gandhi for the first time introduce the term ‘Trusteeship’? 

গান্ধী সর্বপ্রথম ‘ট্রাষ্টিশ্বিপ’ শব্দটো কেতিয়া ব্যৱহাৰ কৰিছিল? 

85. State one characteristic of Trusteeship. 

ট্রাষ্টিশ্বিপৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ৷ 

86. Who prepared the final draft of trusteeship?

ট্রাষ্টিশ্বিপৰসৰ্বশেষদলিলখনকোনোপ্রস্তুতকৰে?

87. Was Gandhi against machenery? 

গান্ধীযন্ত্ৰৰবিৰোধীআছিলনে?

88. Khadi is a symbol of Indian tradition. Who said this?

‘খাদীহ’লভাৰতীয়পৰম্পৰাৰপ্ৰতীক’ বুলিকোনোকৈছিল?

 89. Who said that khadi is ‘the livery of India’s freedom.’?

 খাদীক ‘স্বাধীনভাৰতৰপ্ৰতীক’ বুলিকোনেকৈছিল? 

90. Who was the author of the article ‘The Music of the Spinning Wheel.”? “The Music of the Spinning Wheel.’ নিৱন্ধটোৰলেখককোন?

91. The charkha was the symbol of non-violence. Who said this?

‘যঁতৰঅহিংসাৰপ্ৰতীক’বুলিকোনেকৈছে?

92. Who was the author of Hind Swaraj? (GU 2016)

Hind Swaraj ৰলেখককোন?

93. Did Gandhi support industrialisation ? গান্ধীয়েউদ্যোগীকৰণকসমৰ্থনকৰিছিলনে?

94. Did Gandhi support Khadi industrialisation? গান্ধীয়েখাদীউদ্যোগকসমর্থনকৰিছিলনে?

Write on the following according to Mahatma Gandhi : গান্ধীৰমতেতলতদিয়াবিষয়সমূহৰওপৰতচমুকৈলিখা :

1. Harizon (G.U 2014, 2017)

হৰিজন।

2. Dandi March. 

দাণ্ডিযাত্রা।

3. Rowlatt Bill (GU 2014, 2016) 

ৰোলেটবিল।

 4. The Salt March (G.U 2014)

লোণযাত্রাবাআন্দোলন।

5. Young India. (G.U.2016) ইয়ংইণ্ডিয়া।

 6. Jallianwala Bagh Massacre. 

জালিৱানৱালাবাগহত্যাকাণ্ড।

7. The Story of My Experiment with Truth. 

মোৰসত্যঅন্বেষণৰকাহিনী। 

8. Khilafat Act (G.U2017)

খিলাফটআইন।

9. What are the three main principle of Raskin’s ‘Unto this last”? ‘Unto this last’ গ্ৰন্থখনৰ প্ৰধান তিনিটা নীতি কি কি?

10. Truth . সত্য। 

11. State any two reason why Gandhi said that ‘ Truth is God.

গান্ধীয়ে ‘সত্যই ঈশ্বৰ’ বুলি কোৱাৰ সপক্ষে দুটা যুক্তি উল্লেখ কৰা।

12. State any two charcteristics of Gandhi’s concept of religion.

গান্ধীৰ ধৰ্মতত্ত্বৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

13. Fasting. (GU 2016) 

অনশন। 

14. Non – cooperation. (GU 2016) 

অসহযোগ। 

15. Civil disobedience. (GU 201 ) 

আইন অমান্য। 

16. Satyagraha (GU 2015) 

সত্যাগ্রহ। 

17. Non – violence. (GU 2015) 

অহিংসা। 

18. Sarvodaya. 

সর্বোদয়। 

19. What are three principles of Ruskin’s book ‘ Unto This Last’?

ৰাস্কিনৰ গ্ৰন্থ ‘Unto This Last’ ৰ তিনিটা নীতি কি কি? 

20. State any two characteristics of non-violence. 

অহিংসাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

21. State any two characteristics of satyagraha. 

সত্যাগ্রহৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

22. State any two characteristics of sarvodaya.

সৰ্বোদয়ৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

23. State any two qualities of satyagrahi. 

সত্যাগ্রহীৰ যিকোনো দুটা গুণ উল্লেখ কৰা। 

24. Definition of Swadeshi. 

স্বদেশীৰ সংজ্ঞা। 

25. Charkha. 

যঁতৰ বা চৰ্কা। 

26. Kahdi Movement. 

খাদী আন্দোলন। 

27. State two important characteristics of Trusteeship. 

ট্রাষ্টিশ্বিপৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

28. What are the final draft of Trusteeship?

ট্ৰাষ্টিশ্বিপৰ সৰ্বশেষ দলিল কি কি?

29. Sate any two arguments against too much of machenery.

অতিমাত্ৰা যন্ত্ৰৰ ব্যৱহাৰৰ বিৰুদ্ধে যিকোনো দুটা যুক্তি দিয়া। 

30. Mention any two utility of Khadi or Charkha. 

খাদী বা চৰ্খাৰ দুটা উপযোগিতা বা সুবিধা উল্লেখ কৰা। 

31. Sate any two demerits of Industrialisation. 

উদ্যোগীকৰণৰ দুটা দোষ উল্লেখ কৰা। 

Answer / Write short notes on of the following: 

তলৰ দিয়া বিষয়সমূহৰ উত্তৰ দিয়া / চমু টোকা লিখা: 

1. Truth is God. 

সত্যই ঈশ্বৰ। 

2. Gandhi’s concept of Truth. (G.U 2014) 

গান্ধীৰ সত্যৰ ধাৰণা ৷ 

3. Gandhi’s concept of God. (G.U 2014, 2016) 

গান্ধীৰ ঈশ্বৰৰ ধাৰণা ৷ 

4. Gandhi’s concept of Religion. (GU 2014) 

গান্ধীৰ ধৰ্ম ভাবনা ৷ 

5. Gandhi’s attitude towards living religion. (GU 2016) 

জীৱন্ত ধৰ্মৰ প্ৰতি গান্ধীৰ দৃষ্টিভংগী ৷ 

6. Gandhi’s attitude towards Hindu Religion. 

হিন্দু ধৰ্মৰ প্ৰতি গান্ধীৰ দৃষ্টিভংগী। 

7. Religion and Morality. 

ধৰ্ম আৰু নৈতিকতা। 

8. Religion in Practice. 

ব্যৱহাৰিক জীৱনত ধর্ম। 

9 . Characteristics of Gandhi’s concept of religion. 

গান্ধীৰ ধৰ্মতত্ত্বৰ বৈশিষ্ট্যসমূহ। 

10. Concept of Ahimsa. (GU 2017) 

অহিংসাৰ ধাৰণা ৷ 

11. Gandhi’s Concept of Styagraha. 

গান্ধীৰ সত্যাগ্রহৰ ধাৰণা ৷  

12. Characteristics of Ahimsa. 

অহিংসাৰ বৈশিষ্ট্য। 

13. Characteristics of Satyagrah. 

সত্যাগ্ৰহৰ বৈশিষ্ট্য। 

14. Characteristics of Sarvodaya. 

সৰ্বোদয় আদৰ্শৰ বৈশিষ্ট্য।

15. Essential qualities of Satyagrahi according to Gandhi. (GU 2015, 2017) 

গান্ধীৰ মতে সত্যাগ্রহীৰ প্ৰয়োজনীয় গুণ 

16. Gandhi’s concept of Sarvodaya. (GU 2015, 2017) 

গান্ধীৰ সৰ্বোদয় আদর্শ। 

17. Gandhi’s concept of Swadeshi. (GU 2014, 2016) 

গান্ধীৰ স্বদেশীৰ ধাৰণা। 

18. Criticism of industrialization (2017) 

উদ্যোগীকৰণৰ সমালোচনা। 

19. Gandhi’s concept of Trusteeship. (GU 2014, 2016) 

গান্ধীৰ ট্রাষ্টিশ্বিপৰ ধাৰণা ৷ 

20. What are the criticisms of Industrialization according to Gandhi. (2015) 

গান্ধীৰ মতানুসাৰে উদ্যোগীকৰণৰ সমালোচনাবোৰ কি কি? 

21. Branches of Swadeshi. 

স্বদেশীৰ বিভাগ বা শাখাসমূহ। 

22. Khadi Industry Khadi Movement. 

খাদী উদ্যোগ বা খাদী আন্দোলন। 

Broad Questions: 

ৰচনাধর্মী প্রশ্ন: 

1. Was Gandhi a philosopher? Critically discuss. (GU 2014) 

গান্ধীজী এজন দার্শনিক নে? সমালোচনামূলক আলচ কৰা। 

2. Write a critical note on Gandhi’s concept of Truth. (GU 2015)

গান্ধীৰ সত্যৰ ধাৰণাৰ ওপৰত এটি সমালোচনামূলক টোকা লিখা।

3. Explain Gandhi’s concept of religion . Discuss if it is practicable. (GU 2015, 2016) 

গান্ধীৰ ধৰ্ম ভাবনা বিষয়ে ব্যাখ্যা কৰা। ইয়াৰ প্ৰায়োগিক দিশ ব্যাখ্যা কৰা। 

4. How does Gandhi connect between religion and morality? (GU 2015) 

গান্ধীয়ে ধৰ্ম আৰু নৈতিকতাৰ মাজত কেনেদৰে সম্পৰ্ক স্থাপন কৰিছে? 

5. Critically examine Gandhi’s concept of Truth. (GU 2017) 

গান্ধীৰ সত্যৰ ধাৰণা সম্পর্কে সমালোচনাত্মক আলোচনা কৰা ৷ 

6. “Truth is God. ‘Explain the statement after Gandhi. (GU 2016)

‘সত্যই ঈশ্বৰ’। 

গান্ধীক অনুসৰণ কৰি উক্তিটো ব্যাখ্যা কৰা। 

7. Explain the salient features of Gandhi’s concept of religion. 

গান্ধীৰ ধৰ্ম ভাবনাৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা ৷ 

8. Discuss the importance of Non – violence according to Mahatma Gandhi. (GU 2014) 

মহাত্মা গান্ধীক অনুসৰণ কৰি অহিংসা তত্ত্বৰ গুৰুত্ব আলচ কৰা। 

9. Is Gandhi’s concept of Satyagraha relevant in the present society? (GU 2014) 

গান্ধীৰ সত্যাগ্রহৰ ধাৰণা বৰ্তমান সমাজত প্ৰাসংগিক নে? 

10. Discuss the importance of Sarvodaya in Gandhian Philosophy. (GU 2014)

গান্ধীৰ দৰ্শনত সৰ্বোদয় আদৰ্শৰ গুৰুত্ব আলচ কৰা। 

11. Explain Gandhi’s either the concept of Satyagraha. (GU 2017) 

গান্ধীৰ সত্যাগ্রহৰ ধাৰণা ব্যাখ্যা কৰা। 

12. Evaluate Gandhi’s views on non-violence. (GU 2016, 2017)

গান্ধীৰ অহিংসাৰ ধাৰণা মূল্যায়ন কৰা। 

13. Discuss the concept of Sarvodaya in Gandhi’s philosophy. (GU 2016) 

গান্ধীৰ দৰ্শনত সৰ্বোদয় আদর্শটো আলচ কৰা ৷ 

14. What is non-violence? Explain the salient features of Gandhi’s concept of non violence. 

অহিংসা তত্ত্ব কি? অহিংসা তত্ত্বৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

15. What satyagraha? What are the characteristics of satyagraha? Explain. 

সত্যাগ্রহ কি? সত্যাগ্রহ তত্ত্বৰ বৈশিষ্ট্যসমূহ কি কি? ব্যাখ্যা কৰা। 

16. What are the different types of satyagraha? Explain briefly all of them. 

সত্যাগ্রহৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? সেইবোৰৰ বিষয়ে চমুকৈ লিখা।

17. What is sarvodaya? Discuss the main characteristics of sarvodaya. 

সর্বোদয় আদর্শ কি? সৰ্বোদয় তত্ত্বৰ প্ৰধান বৈশিষ্ট্যসমূহ আলচ কৰা। 

18. Is Gandhi’s concept of Swadeshi relevant to be present-day economy of india? Discuss. (GU 2015, 2017) 

বৰ্তমান ভাৰতীয় অর্থনীতিত গান্ধীৰ স্বদেশী ধাৰণা প্রয়োজ্য নে? আলোচনা কৰা। 

19. Critically discuss the concept of Gandhi’s Trusteeship. (GU 2015, 2017) 

গান্ধীৰ ন্যাসধাৰণাৰ সমালোচনাত্মক আলোচনা কৰা। 

20. Discuss Gandhi’s view on Khadi and village industries . (GU 2014, 2016) 

গান্ধীৰ খাদী উদ্যোগ বা গাঁৱলীয়া উদ্যোগৰ বিষয়ে আলচ কৰা ৷ 

21. Discuss the critique of Industrialization with reference to Mahatma Gandhi. 

গান্ধীজীৰ উদ্যোগীকৰণৰ সমালোচনাৰ বিষয়ে আলচ কৰা। (GU 2014, 2016) 

22. What is Swadeshi? Explain the different branches of Swadeshi. 

স্বদেশী বুলিলে কি বুজা? স্বদেশীৰ বিভিন্ন বিভাগসমূহ ব্যাখ্যা কৰা।

Type: Nayan Moni Deka