SCERT Class 6 Social Science Chapter 23 Answer |

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

উত্তৰ লিখা-

ক) কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা হৈছে-

১) বিধানমণ্ডল,

২) কাৰ্যপালিকা,

৩) ন্যায়পালিকা।

খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম লিখা।

উত্তৰঃ লোকসভা আৰু ৰাজ্য়সভাৰ আন দুটা নাম হৈছে- লোকসভাৰ নিম্নসদন ৰাজ্যসভাৰ উচ্চসদন।

গ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ?

উত্তৰঃ লোকসভাৰ সদস্য সংখ্যা হৈছে- ৫৪৫ জন।

     ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে- ২৫০ জন।

ঘ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ?

উত্তৰঃ প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।

ঙ) কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে ?

উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে।

চ) ন্যায়পালিকাৰ কাম কি ?

উত্তৰঃ ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে। দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে।

ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?

উত্তৰঃ ৰাজ্য চৰকাৰৰ ভাগ তিনিটা-

১) বিধানমণ্ডল

২) কাৰ্যপালিকা

৩) ন্যায়পালিকা

জ) বিধানসভালৈ নিবাচিত সদস্যজনক কি বুলি কোৱা হয়?

উত্তৰঃ বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়।

ঝ) ৰাজ্যৰ মুৰব্বীজন কোন?

উত্তৰঃ ৰাজ্যপাল ৰাজ্যৰ মুৰব্বী।

ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ?

উত্তৰঃ ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে।

চ) অসমৰ উচ্চ ন্যায়ালয় কত অৱস্হিত?

উত্তৰঃ অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।

২) খালী ঠাই পূৰ কৰা–

(ক) বিধানমণ্ডলে আইন প্ৰস্তুত কৰে।

(খ) কাৰ্যপালিকাই আইনসমূহ কাৰ্যকাৰী কৰে।

(গ) ন্যায়পালিকাই ন্যায় বিচাৰ কৰে।

(ঘ) বিধানসভাৰ কাযকাল বছৰ।

(ঙ) ৰাজ্যপালেই ৰাজ্যৰ মুৰব্বী

৩) শুদ্ধ উত্তৰটো বাচি উলিওৱা-

(ক) অসমৰ বিধানসভাৰ সমষ্টি ১১৬/১২৬/১৩৬টা

উত্তৰঃ ১২৬ টা।

(খ) বতমান ভাৰতত ৰাজ্য ২৫/২৩/২৯খন আছে

উত্তৰঃ ২৯ খন।

(গ) লোকসভাৰ কাযকাল ৪/ ৫/ ৬বছৰ

উত্তৰঃ ৫ বছৰ।

(ঘ) ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে ১/২/৬জন

উত্তৰঃ ১জন।

(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্য ৫৪৫/২৫০/১২৬টা

উত্তৰঃ ২৫০ টা।

Leave a Reply

Your email address will not be published. Required fields are marked *